Wednesday, March 6, 2024

How to Add Assamese Fonts In PixelLab - PixelLab ত অসমীয়া ফন্ট কেনেকৈ ব্যৱহাৰ কৰিব

How to Add Assamese Fonts in Pixellab

প্ৰথমে PixelLab এপটো খোলি লৱ
 
Text Edit ত গৈ অসমীয়া যিকোনো আখৰ লিখিক

তাৰ পিছত তলৰ মেনো ত থকা Font ত Click কৰক

তাৰ পিছত My Fonts ত Click কৰক

তাৰ পিছত + Add font ত Click কৰক
আপুনাৰ File Manager অʼপেন হৱ, আৰু Fonts বোৰ থকা Folder ত গৈ Fonts Select কৰি Add কৰক
ফন্ট Select কৰা লগে লগে দেখিবলৈ পাৱ অসমীয়া আখৰটোৰ Style Change হৈছে

এনেদৰে PixelLab ত নতুন নতুন Stylish অসমীয়া ফন্ট ব্যৱহাৰ কৰিব পাৰিৱ






















0 Comments:

Post a Comment

Popular Posts