Tuesday, October 17, 2023

Happy Kati Bihu 2023 - কাতি বিহুৰ আন্তৰিক শুভেচ্ছা - Greetings Images Free Download

Kati Bihu Greetings Images 2023 Free Download



 

 
 
"চাকিঁ‌ৰ পোহৰে যেন জীৱনৰ সকলো অন্ধকাৰ আতঁ‌ৰাই
হৈ এক নতুন পোহৰৰ বাট দেখোৱাই সেই কামনাৰে ...."
 কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ‌ ।
 লাহি-শালি, বৰা-জহাৰে ...
ভঁৰালখন উপচি পৰক তাৰে কামনাৰে.....
কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জনালো ।



"তুলসীৰ তলে,
               মৃগ পহু চৰে।
তাকে দেখি ৰামচন্দ্ৰই
                  হৰ ধনু ধৰে ।।"

বাপতি সাহোন কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।
 



 
 
 
 

2 comments:

Popular Posts

Blog Archive