Wednesday, January 30, 2019

Benefits of Raisin (কিচমিচৰ গুণাগুণ আৰু ব্যৱহাৰ)

বজাৰত ৰাসায়নিক ঔষধযুক্ত " মোক খা মোক খা" কৈ থকা বিষাক্ত ফলসমুহে আমাৰ দেহৰ যথেস্থ ক্ষতিকৰ বুলি আমি সকলোৱে জানোহঁক । তথাপি
নিৰুপায় হৈ আমি সদায়ে খাই আছো বা ৰুগীয়া লোককো সেইবোৰকেই খুৱাই আছো । অসাধু ব্যৱসায়ীৰ এনে বিষাক্ত ফলসমুহে কব নোৱাৰাকৈ দেহৰ ভয়ানক ৰোগৰ বাহক হব পাৰে ।
বজাৰত পোৱা শুকান ফলসমুহত নষ্ট নহবলৈ ৰাসায়নিক দ্ৰব্য মিহলোৱা হয় যদিও মাৰাত্মক ধৰনৰ নহয় বুলিয়েই বিশ্বাস । তথাপি বজাৰৰ এনে বস্তুবোৰৱ গৰম পানীৰে ধুই খোৱাতো ভাল)
আজি কিচমিচ অৰ্থাত শুকান আঙ্গুৰৰ বিষয়ে কিছু জানো আহক :---
আমাৰ অসমত উৎপাদন নহয় যদিও আমি সকলোৱে জানো যে আঙ্গুৰ এবিধ বৰ পুস্তিকৰ ফল । আঙ্গুৰক ৰ'দত বা বিশেষ পদ্ধতিৰে শুকোৱাৰ পিচত কিচমিচ বোলা হয়। গতিকে কিচমিচ খোৱা মানেই আঙ্গুৰ খোৱাৰ সমানেই হয় । বৰং শুকোৱাৰ পিচত ইয়াৰ পুষ্টিগুণ অধিক বৃদ্ধিহে হোৱা দেখা যায় । সেয়ে কিচমিচ পৃথিৱীৰ সকলো দেশতে উপলদ্ধ এবিধ বলশক্তিদায়ক উত্তম শুকান ফল আৰু ৰোগভেদে সুপথ্য বুলি চিকিত্সকেও ৰোগীক খাবলৈ পৰামৰ্শ দিয়ে
কিচমিচৰ ইংৰাজী নাম Raisin হিন্ডীত কিসমিস, মুনক্কা বা অন্যান্য ভাষাত বিভিন্ন নামেৰে জনাজাত ।
দেশে বিদেশে আঙ্গুৰৰ প্ৰজাতি ভেদে কিচমিচ সোনালী, হালধীয়া,,বাদামী ৭। ,চুলি আৰু চালৰ যিকোনো সমস্যাৰ লগতে লিভাৰ দৌৰ্বল্য আৰু মুখৰ দুৰ্গন্ধ দুৰ কৰাৰ বাবে কিচমিচ ভিজোৱা পানী খোৱা অতি উপকাৰী ।
৮। #কিচমিচত_যথেস্থ_পৰিমানে_কেলচিয়া থকাৰ বাবে দাঁতৰ ৰোগ, গাথি বিষ আৰু হাড়ৰ বাবে উপযোগী ।
৯। কিচমিচ ক ভিটামিন সমৃদ্ধ ফল; সেয়ে #চকুৰ_সুৰক্ষা আৰু নানা ৰোগত কিচমিচ বৰ উপকাৰী ।
১০। 📵 নিয়মিত সেৱন কৰিলে #যৌন_দুৰ্বলতা দুৰ হয় #পুৰুষৰ_প্ৰজনন_ক্ষমতা_বৃদ্ধি_হয় । নাৰীৰ স্তনৰ আকাৰ আৰু সৌন্দৰ্য বৃদ্ধি হয় ।
গৰ্ভৱতী মহিলাৰ বাবেও উপকাৰী ।
১১। যিকোনো জৰত বা শাৰীৰিক দুৰ্বলতাত কিচমিচ অতি উপকাৰী পথ্য।
১২॥ #নিচাদ্ৰব্য_খাই_ৰোগত_ভুগা ব্যক্তিয়ে (নিচাৰ পৰিৱৰ্তে) নিয়মিত খালিপেটত কিচমিচ ভিজোৱা পানী সেৱন কৰা অতি হিতকাৰী ।
ওপৰোক্ত গুণাগুনৰ উপৰি সথিক মাত্ৰাত নিয়মিত সেৱন কৰিলে দেহ স্বাস্থ্যৱান হোৱাৰ লগতৱ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায় ।
গতিকে দেখিলেনে বন্ধুসকল
কিচমিচ আমাৰ দেহৰ বাবে কিমান উপকাৰী ফল । সেয়ে বজাৰৰ ৰাসায়নিক বিষফলৰ পৰিৱৰ্তে আমাৰ থলুৱা ফল প্ৰচুৰ পৰিমানে খাওক ।লগতে বহিঃৰাজ্যৰ অধিক পোষক গুণযুক্ত কিচমিচ বা শুকান আঙ্গুৰ খাওক; লৰাছোৱালীকো খুৱাওক । (গৰম পানীত বা গাখীৰত উতলাইহে খাব )
💋__ #অপকাৰি_গুণ__💔
ভালৰ অলপেই ভাল । অধিক মাত্ৰাত কেতিয়াও নাখাব আৰু ভাল হওক বুলি লৰাছোৱালিহঁতকো বেচি মাত্ৰাত নুখুৱাব ।
📛কিছুমান ৰোগ বিশেষে চিকিত্সকে কিচমিচ খাবলৈ বাধা কৰে ;সেয়ে জটিল চিকিৎসাধীন ৰুগীয়া লোকে চিকিৎসকৰ পৰামৰ্শ লৈহে খাব । 🎈অধিক কেলৰীযুক্ত ব্যক্তি ,অপৰিশ্ৰমী , অধিক শকত আৰু ওজনৰ ব্যক্তিয়ে কিচমিচ
নোখোৱাই ভাল । , ,ক'লা , চকলেত,ব্ৰাউন আদি নানাৰঙৰ আছে। বজাৰত পোৱা চকচকীয়া চফা হালধীয়া বা সোনালী ৰঙতকৈ বাদামী , ক'লা আদি গাঢ় ৰঙৰ কিচমিচ বেচি গুণকাৰী ।
#পৌষ্টিক_উপাদান :----প্ৰ'টিন, ভিটামিন এ , বি কমপ্লেস্ক, আইৰন, কেলচিয়াম, মেগনেচিয়াম,কাৰ্ব'হাইড্ৰেট,ফাইবাৰ,শৰ্কৰা, কেলৰী আদিৰ লগতে সুক্ষ্ম পোষক গুণসমৃদ্ধ খনিজ পদাৰ্থৰে (মাইক্ৰ' নিউট্ৰেন্ট) ভৰপুৰ । অন্যহাতে ই শৰীৰৰ ৰোগ নাশক,বেক্টেৰীয়া নাশক ,শক্তিবৰ্ধক আৰু অকালবাৰ্ধক্য নাশক ।
#কিচমিচৰ_ব্যৱহাৰ_বিধি:----কিচমিচ সচৰাচৰ বহুতে পায়স , চুজি , হালোৱা মিঠাই বা তেনে আহাৰৰ লগত নাইবা প্ৰত্যক্ষভাবে চোবাই খোৱা দেখা যায় যদিও ইয়াৰ যথোচিত ঔষধী গুণাগুণ লাভ কৰিবলৈ তলত দিয়া বিধিৰে সেৱন কৰাটো অধিক ফলপ্ৰদ।
ৰাতি ১০/১২টা কিচমিচ উতলা পানীত (১বা২গিলাচ) তিয়াই থব ; ৰাতিপুৱা খালিপেটত পানী আৰু কিচমিচ পিতিকি বা চোবাইএকেলগে খাব । নাইবা ৰোগী নিৰোগী সকলোৱে অইন সময়তো গৰম গাখীৰত বা পানীত উতলাই ঠান্ডা হলে খাব পাৰে ।
#সথিক_গুণাগুন_পাবলৈ পুৱা বা গধুলী খালি পেটত বা আহাৰ খোৱাৰ এঘন্টা আগত খোৱাতো ভাল । কিচমিচ খোৱাৰ পিচতে লগে লগে কমেও ৪৫ মি বা এঘন্টা অন্য আহাৰ নাখাব ।
#কেতিয়াও_অধিক_মাত্ৰাত_নাখাব , সৰু লৰাছোৱালীক নিয়মিত দিনত ৬-৮টা কিচমিচহে খাবলৈ দিব ।
🚁কিচমিচ কিনি আনি গৰম পানীৰে নুধুৱাকৈ নাখাব ।
#কিচমিচৰ_গুণাগুণ:------
১। কিচমিচ ৰাতি গৰম পানীত তিয়াই ৰাতিপুৱা খালিপেটত পানী আৰু কিচমিচ কেইটাও খালে শৰীৰৰ অলাগতিয়াল বিষাক্ত পদাৰ্থ বাহিৰ হয় , পেট পৰিস্কাৰ হোৱাৰ লগতে কৌষ্ঠকাঠিন্য আৰু ইয়াৰ পৰা হব পৰা নানা ৰোগ আৰোগ্য হয়।
পাচন শক্তি মজবুত হয় । বায়ু,পিত্ত,কফ জনীত বিভিন্ন ৰোগ উপসম হয়।
#এচিডিতি /দুষিত বায়ু /পিত্ত ৰোগ দুৰ হয় । নিয়মিত খালে দেহৰ ৰোগ বীজানু ,, বেক্টেৰীয়া, আৰু অদৰ্কাৰী উপাদান বাহিৰ হয় ।
২। ই বল শক্তি দায়ক আৰু অতি পুষ্টিকাৰক হোৱা হেতুকে ৰুগী্যা , দুৰ্বল আৰু ক্ষীন কায় দেহৰ লোকে পানী বা গাখীৰত উতলাই নিয়মিত সেৱন কৰিলে যথেস্থ উপকৃত হয় ।
পৰিশ্ৰমী , খেলুৱৈ , ব্যা্য়াম , শৰীৰচৰ্চা কৰা লোকৰ ক্ষয় হোৱা শক্তি পুৰাবলৈ বা #এনাৰ্জী_লেভেল_বৃদ্ধিৰ বাবে উৎকৃষ্ট ফলাহাৰ ।
বিদ্যাৰ্থীৰ মনোযোগ, মেধা,স্মৃতিশক্তি আৰু সুস্বাস্থ্যৰ বাবে নিয়মিত সথিক মাত্ৰাত খোৱাতো উপযোগী ।
৩। শৰীৰত ৰক্ত বৃদ্ধিকৰায়, ৰক্তবিকাৰ আৰু ৰক্তহীনতাত ভোগা লোকৰ বাবে উৎকৃষ্ট ঔষধী ।
৪। #শৰীৰৰ_ওজন_বঢ়ায় । (অধিক ওজন থকা ব্যক্তি আৰু কম পৰিশ্ৰমী ব্যক্তিয়ে নাখাব)
৫। #কলেষ্ট্ৰল__নিয়ন্ত্ৰন_কৰে । হাওঁফাওঁ, যকৃত আৰু হৃদযন্ত্ৰ সুৰক্ষিত ৰাখে ।
কিডনী পৰিস্কাৰ তথা সংক্ৰমন দুৰ কৰে ।
#উচ্চ_ৰক্তচ্চাপ আৰু #বহুমুত্ৰ_ৰোগীয়ে চিকিৎসকৰ পৰামৰ্শ লৈ খাব পাৰে ।
৬। #কৰ্কট_ৰোগ প্ৰতিৰোধ কৰে । এই ৰোগত ভুগা ব্যক্তিয়ে চিকিৎসকক সুধি খাব পাৰে ।

Benefits of Cashew Nuts (কাজু বাদামৰ গুণাগুণ)

কাজু বাদাম(Cashew)ক চাহাবী বাদাম বুলিলেও ভুল কোৱা নহব । কাৰন অইন বাদামতকৈ দাম কিছু বেচি হোৱা বাবে সাধাৰনতে চাহাব বা আঢ্যৱন্ত লোকৰ খাদ্য তালিকাতহে সীমিত ।
যাহ'ক আমি সাধাৰন বোৰেও কিছু জানো আহক ইয়াৰ পুষ্টি আৰু ঔষধী গুণবোৰ ।
কাজু সচৰাচৰ ব্ৰাজিল,দক্ষিন ভাৰত, বাংলাদেশ বা প্ৰখৰ ৰ'দ পৰা গ্ৰীষ্মপ্ৰধান
অঞ্চলত উৎপাদন হয় । ইয়াৰ ফল কোনো কোনোৱে খায় যদিও তলত হোৱা বাদাম সদৃশ গুটিটোকহে " কাজু বাদাম "কোৱা হয়। কাজু গছ জোপোহা, মধ্যম ওখ আৰু বহু বছৰলৈ ফল দিয়া অতি লাভকাৰী ফলবৃক্ষ ।
#কাজুবাদামক_শুকান_ফলৰ_ৰজা বুলি কোৱা হয় । আমাৰ শৰীৰৰ প্ৰায় সকলো ধৰনৰ পৌষ্টিক উপাদান যেনে---
অধিক মাত্ৰাত প্ৰটিন ,ভিটামিন আইৰন, ক'পাৰ, কেলচিয়াম ,পটেচিয়াম মেগনেচিয়াম,চিলিয়াম ,মেংগানীজ,জিন্ক,ফাইবাৰ ,কেলৰী ,খনিজ ধাতব লবন , স্নেহ পদাৰ্থ আদি সুক্ষ্ম পোষক তত্বৰে (micro-nutrient) ভৰপুৰ ।

#সঠিক_মাত্ৰা_আৰু_ব্যৱহাৰ বিধি :------
দামত বেচি হলেও বহুতে ভাল বস্তু বুলি জানি নিজে বা লৰাছোৱালীক অধিক মাত্ৰাত খাবলৈ দিয়াতো " হিতে বিপৰীত " হোৱাৰহে সম্ভাৱনা বেচি। বহুতে মিঠাই বা অইন আহাৰত মিহলায়ো খায় ।
সৰু লৰাছোৱালীয়ে এবাৰত ৩-৪টা ডাঙৰে ৪-৮টালৈ খাব । গ্ৰীষ্মদিনত এবাৰেই যথেস্থ্য ।
গাখীৰ ,মৌ নাইবা গুড়ৰ লগত খালে বেচি ফল পোৱা যায় ।
#নিয়মিত_কাজু_সেৱনত_হবপৰা
#দেহৰ_লাভ_আৰু_ক্ষতি
#লাভকাৰী_গুন ----
১। কাজু নিয়মিত সঠিক মাত্ৰাত খালে সুস্বাস্থ্যৰ বাবে টনিক বা ভিটামিন খোৱাৰ দৰে হয় লগতে সকলো বয়সৰ লোকৰ দেহগঠন আৰু নানা প্ৰকাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয় । শাৰীৰিক ও মানসিক সুস্থতা অনুভৱ হয় ।
২। কাজুৱে মগজুৰ কোষ সুস্থ্য কৰায়, স্মৃতিশক্তি বঢ়ায় , ভাগৰ, দুখ দুঃচিন্তা , অৱসাদ আতৰায় ।
৩। দুৰ্বল,ৰুগীয়া বা নিৰোগী লোকৰ গাত বলশক্তি enerjy বাঢ়ে ।
৪। পাচনতন্ত্ৰ সৱল হয় । হজম শক্তি ,অজীৰ্ণ,অভোক দুৰ হয়। লিভাৰ আৰু কিডনী সৱল হয়।
পেটৰ নানা সমস্যা দুৰ হয় ।
৫। দেহৰ অম্লতা, কোলেষ্ট্ৰল ,ইউৰিক এচিড আৰু হৰমোন নিয়ন্ত্ৰন বা সন্তুলন হয়।
৬। কৰ্কট আৰু হৃদয় ৰোগ প্ৰতিৰোধ কৰে ।
৭। ৰক্ত বৃদ্ধি তথা পৰিস্কাৰ কৰে ।
৮। বায়ু পিত্ত কফৰ সমতা ৰক্ষা কৰে ।
৯। দেহৰ ওজন স্বাভাৱিক কৰায় ।
১০। কাজু খালে চুলিৰ সৌন্দৰ্য বাঢ়ে ,গাৰ চাল সুন্দৰ আৰু মসৃন কৰে ।
( কাজু পিহি গোলাপজল সহ চালত ঘহিব পাৰে)
১১। দাঁত আৰু দাঁতৰ আলু মজবুত হয় ।
১২। হাড়ৰ গঠন সুদৃঢ় হয় , হাড়ৰ বিষ বেদনা নিৰাময় হয় ।
১৩ । #নিয়মিত_কাজু_খাল পুৰুষ-নাৰীৰ যৌন ক্ষমতা বাঢ়ে । যৌন দুৰ্বলতা,শীঘ্ৰপতন আদি
দুৰ হয় ।
১৪। সৰু লৰাছোৱালীক ২-৪ টাকৈ গাখীৰ সহ নিতৌ খুৱালে
স্বাস্থ্য সুৰক্ষিত তথা পঢ়াত মনোযোগ বৃদ্ধি হয়

 🚫#কাজুৰ_ক্ষতিকাৰক_দিশ🚫
১। অধিক মাত্ৰাত খালে পেটৰ অসুখ হাগনী আদিৰ লগতে নানা পাৰ্শ্বক্ৰিয়া হব পাৰে ।
২। ব্লাড চুগাৰ বৃদ্ধি হব পাৰে
৩। নাকেৰে তেজ যোৱা ৰোগীয়ে নাখাব ।
৪। মাইগ্ৰেইন পেইন / ঘনাই মুৰৰ বিষ হোৱা লোকে নাখাব ।
৫। মহিলাৰ পেটৰ নানা ৰোগত ভুগী থাকিলে কাজু নাখাব ।
৬। কাজুয়ে দেহৰ উত্তাপ বৃদ্ধি কৰায় । সেয়ে গৰম সহ্য কৰিব নোৱাৰা লোকে বা অতি গৰম বতৰত কাজু নাখাব ।
৭। চিকিৎদাধীন ৰোগীয়ে ডক্তৰৰ পৰামৰ্শমতে খাব ।৮। অধিক শকত কম পৰিশ্ৰমী লোকে কাজু নাখাব ।
বন্ধুসকল,
অইন দামী ভাল বস্তুৰ তুলনাত কাজু বাদামৰ যিমান গুণ নিয়মিত নিজে বা লৰাছোৱালীকো খুৱাই চাওকচোন । দাম বেচি হলেও সথিক মাত্ৰাত খালে দিনে চাহ একাপৰো মুল্য নহয়। (বেচি নাখাব ।)

Health Benefits of Pomegranate (ডালিম)

" ডালিম" সকলোৰে পৰিচিত এবিধ টেঙা- মিঠা সুস্বাদু পুষ্টিকৰ ফলেই নহয় - প্ৰকৃতিৰ দান ডালিমৰ ফল,বীজ, ফলৰ বাকলি,পাত ,কলি,গা-গছ বা শিপাৰ চাল আদি সকলো অংশই আমাৰ দেহৰ শতাধিক ৰোগ প্ৰতিৰোধ তথা ৰোগ উপসমকাৰী উৎকৃষ্ট মহৌষধী । অসমত ইয়াৰ উৎপাদন কমবেচি পৰিমানে হয় যদিও ব্যৱসায়িক ভিত্তিত উত্তৰ ভাৰত ,, আফগানিস্থান আদিত যথেস্থ্য পৰিমানে সোৱাদযুক্ত ডালিম উৎপাদন হয়।
#পুষ্টিগুণ_সমৃদ্ধ_উপাদান_সমুহ;---
কাৰ্বোহাইড্ৰেট,
এন্টি ওক্সিডেন্ট, কেলচিয়াম পটেচিয়াম, মেগনেচিয়াম, চডিয়াম,আইৰন, ফেট,শৰ্কৰা, ফচফৰাচ,ইলেজিক এচিড, থাইমিন,কপাৰ,ফলিক এচিড, ওমেগা 5,ভিটামিন এ,বি,চি,ই,কে ইত্যাদি ।

#ব্যৱহাৰৰ্_মাত্ৰ:- ফলৰ ৰস- বয়স অনুসৰি ১০ৰ পৰা ১০০ মি:লি:
পাত, ডালিমৰ বাকলি,শিপা বা গাগছৰ চাল , কলি আদিৰ শুকান চুৰ্ন ২গ্ৰাম-১০গ্ৰাম পানীত উতলাই আধা পানী ৰোৱাত দিনে ২-৩বাৰ খাব । কেচা হলে উল্লেখিত ওজন ৩-৪ গুণ বৃদ্ধি কৰাব পাৰে।
#_গুণাগুণ:---
১। ডালিম ৰক্ত বৃদ্ধিকাৰক । সেয়ে ৰক্তহীনতাত ভোগা সকলো ৰোগীৰ বাবে উত্তম পথ্য । যিকোনো ৰোগত শাৰিৰীক দুৰ্বলতা গুচাবলৈ ডালিম খুবেই উপকাৰী ।
২। ডালিমৰ ৰস বা জুচ উৎকৃষ্ট শীতল পানীয় । গৰমত ইয়াৰ ৰসে দেহ জুৰ পেলোৱাই নহয় ই শক্তি বৰ্ধক, স্মৃতি শক্তি তথা হিমোগ্লোবিন বৃদ্ধিকাৰক, বায়ু ,পিত্ত,কফ জনীত ৰোগ নাশক ।
৩। ডালিমে পাচন ক্ৰিয়া মজবুত কৰে।
পেটৰ যিকোনো ৰোগ - অৰুচি,অজীৰ্ন,আমাশয়, অতিসাৰ ,হাগনি , তেজহাগনি , গেছ বা অম্লতা(acidity) পিত্তৰোগ , অৰ্শ(pilse), ভগন্দৰ আদিৰ বাবে ডালিমৰ ৰস, বীজ পাত,কলি, চাল আদি সকলো অংশই মহৌষধী ।

৪। পেটৰ কৃমি নাশ কৰাৰ বাবে ডালিম ফল , ফলৰ বাকলি , পাত,কলি, গাগছ বা শিপাৰ চাল ,, আদি সকলো অংশই মহৌষধ ।
৫। যকৃত(liver) , হৃদপিন্ড(heart) বৃক্ক(kidney) আদিৰ সুৰক্ষাৰ বাবে
ডালিম উত্তম ফল ।
৬। সৰু বা ডাঙৰ লৰাছোৱালীৰ নাকেৰে তেজ যোৱা ৰোগ হলে ডালিমৰ এটা ৰঙা কলি (অভাৱত ডালিমৰ ৰস) আৰু কিছু দুবৰিবনৰ ৰস উলিয়াই কাপোৰেৰে চেকি নাকত দিব আৰু ১০টা পাত থেতেলাই গৰমপানী মিহলাই দিনটোত ২বাৰ খুৱাব। নিয়মিত ডালিম ফলৰ ৰস খুৱাব ।
গৰমৰ বাবে তেজ ওলালে উক্ত দিহাৰ উপৰি ডালিমৰ পাত বা ডালিমৰ বাকলি আৰু দুবৰি থেতেলাই তালুত লেপ দিব ।
সঘনাই তেজ গলে ৫০ -১০০মি:লি: ডালিমৰ ৰসত কিছু দুবৰিৰ ৰস, নাৰ্জীফুলৰ পাত আৰু ধনিয়া পাতৰ ৰস একেলগে মিহলাই দিনে দুবাৰ খুৱাব।

৭।#গৰ্ভৱতী_মহিলা আৰু #গৰ্ভস্থ_সন্তানৰ_স্বাস্থ্য সুৰক্ষাৰ বাবে ডালিম অতিকে সুষম ফলাহাৰ ।
৯। মহিলাৰ অধিক ঋতুস্ৰাৱ সমস্যাত উপকাৰী ।
১০। পুৰুষ মহিলাৰ #যৌন_দুৰ্বলতাৰ বাবে নিয়মিত এটাকৈ ডালিম সেৱন অতি ফলপ্ৰদ ।
১১। স্বপ্নদোষ বা ধাতুদুৰ্বলতাৰ সমস্যাত ডালিম খোৱাৰ লগতে বাকলিৰ শুকান চুৰ্ন এচামুচ এগিলাচ ঠান্ডা পানীৰে শোৱাৰ আগতে খাব ।
১২। শৰীৰত #বগাদাগ পৰিলে ডালিম খাব আৰু ৰস + লাল চন্দন লেপ দিব ।
১৩। ঘা,ফোহোৰা,পোৰা ঘা, খজুৱতি আদিত ডালিমৰ পাত বতি লেপ লগাব ।
১৪। মুৰ বিষ ,আধকপালি বিষ,মাইগ্ৰেন পেইন , উচ্চ ৰক্তচ্চাপৰ বাবে হোৱা মুৰৰ বিষ আদিত ডালিমৰ চাল থেতেলাই মুৰত লেপ দিব । নাইবা ডালিম ফুল,আমৰ বেৰী থেতেলাই নাকেৰে শুঙিব পাৰে ।
ডালিম ফলে #উচ্চৰক্তচ্চাপ_নিয়ন্ত্ৰন কৰায়।

১৫। #চুলি_সৰা_বন্ধ কৰিবলৈ ডালিমৰ পাত ২৫ গ্ৰাম ১০০ মিলি: সৰিয়হ তেলত ভাজি সেই তেল কিছুদিন মুৰত লগাব ।
১৬। #দাঁতেৰে_তেজ_ওলোৱা , পায়েৰীয়া বা দাঁতৰ অন্যান্য সমস্যাত ডালিমৰ কলি শুকান গুড়িৰে দিনত ৩বাৰ মঞ্জন কৰিব ।
১৭। মুখৰ দুগন্ধ গুচাবলৈ ডালিমৰ বাকলি বা পাত সিজোৱা পানীৰে কুলকুলিয়াব আৰু দিনে দুবাৰ সেই পানী এঢোককৈ খাব ।
১৮। বাৰে বাৰে প্ৰস্ৰাৱ কৰা (বহুমূত্ৰ) ৰোগত বাকলিৰ এক চামুচ চুৰ্ণ পানীত মিহলাই দিনে
তিনি বাৰ খাব ।
১৯ । চকুৰ বিষ আৰু ৰাতি নেদেখা (কুকুৰিকণা) ৰোগীয়ে ডালিম খোৱাৰ উপৰি ডালিমৰ পাত থেতেলি চকুৰ পতাৰ ওপৰত পাতল কাপোৰ দি লেপ দিলে উপসম হয়।
২০। কানেৰে কম শুনা ব্যক্তিয়ে ডালিমৰ ৰস+ বেলপাতৰ ৰস+ ঘি+মিচিৰি মিহলাই দিনে ২বাৰ খালে শ্ৰবন শক্তি বৃদ্ধি হয় ।ৰ
ইয়াৰোপৰি হিষ্টিৰীয়া, মৃগী ,ৰক্ত বিকাৰ,মুৰ্চাৰোগ, টায়েফয়েড, ৰক্ত বমন , মেদ বহুলতা, হাড়ৰ বিষ ,গাথি বিষ আদি নানাাবিধ ৰোগৰ উপৰি ৰোগজনীত শাৰিৰীক দুৰ্বলতাৰ বাবে ডালিম উত্তম ফল ।
🍊🍅 গতিকে সদায় বজাৰত কিনি খোৱাতকৈ চোতালৰ এচুকত #এজুপী_উন্নত_জাতৰ_ডালিম_নিশ্চয়_ৰুব । খাবলৈ অনা ভাল জাতৰ পুৰঠ ডালিমৰ বীজ চতিয়াই বা ওচৰৰ নাৰ্চাৰিৰ পৰা পুলি সংগ্ৰহ কৰিব পাৰে ।
🚫 #হানিকাৰক_গুণ 🚫
#মনত_ৰাখিব:-সকলো গুণ থকা বস্তুৰ লগতে অৱগুণো থাকে ।ভালৰ অলপেই ভাল । অধিক মাত্ৰাত ডালিম কেতিয়াও নাখাব ।
ঠান্ডা লাগি হোৱা যিকোনো ৰোগত ডালিমে অপকাৰ কৰিব পাৰে, আৰোগ্যৰ পিচত খাব ।
#কোনো_ৰোগীয়ে (বিশেষকৈ ৰক্তচ্চাপ ৰোগীয়ে)অইন কোনো ঔষধ খোৱাৰ এঘন্টা আগে পিছে ডালিম নাখাব ।
সকলোৱে সুখে থাকক ,সুস্বাস্থ্যেৰে জীৱন অতিবাহিত কৰক ।

Benefits of Aloe Vera (ঘৃতকুমাৰী বা চালকুঁৱৰী)

ঘৃতকুমাৰী বা চালকুঁৱৰী বা লেটিন ভাষাত পৃথিৱীৰ সৰ্বত্ৰে জনাজাত ALOEVERA অসমৰ
বহুতৰে পিৰালীত সৌন্দৰ্য্যৰ বাবে টাবত ৰোৱা দেখা যায় । ইয়াৰ পৰা বনোৱা নানা ঔষধ বা প্ৰসাধন সামগ্ৰীও বহুতে ব্যৱহাৰ কৰি আহিছে । কিন্তু বহুতে ইয়াৰ ঘৰুৱা ব্যৱহাৰ আৰু গুনাগুন সঠিকভাৱে নজনাৰ বাবে কিছু সংক্ষিপ্ত বিৱৰন
ৰাইজলৈ বুলি আগবঢ়ালো ।
ঘৃতকুমাৰী হল আমাৰ দেহৰ নানা ৰোগৰ বাবে ভগৱানে দিয়া এক সঞ্জিৱনী স্বৰুপ ওষধী বনদৰব । ইয়াৰ বহুতো প্ৰজাতি আছে । চিকিৎসা বৈজ্ঞানিকৰ
মতে ই এনে এবিধ ৰসায়ন যত ১২বিধ ভিটামিন, ১৮বিধ এমাইনো এচিড,২০বিধ খনিজ পদাৰ্থ থকাৰ লগতে ৭৫ বিধ পুস্তিগুনযুক্ত পোষক দ্ৰব্য(Micro nutrient) আদিৰ লগতে ইয়াৰ এন্টি বায়োতিক, এন্টিচেপ্তিক,এন
্টি ওক্সিডেন্ট,আৰু এন্টি বেক্টেৰিয়েল আদি গুন থকাৰ বাবে আমাৰ শৰীৰৰ নানা ৰোগ আৰোগ্য তথা দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াব পাৰে ।
আজিকালি গোটেই বিশ্বত ঘৃতকুমাৰীৰ দ্বাৰা প্ৰস্তুত কৰা নানা দামী ঔষধ আৰু প্ৰসাধন সামগ্ৰীৰ বৃহত ব্যৱসায় গঢ়ি উঠিছে । সেইবোৰৰ নানা কাৰনত গুনগত মান কম হোৱাতো স্ৱাভাৱিক । সেয়ে ১০০% গুণাগুন পাবলৈ সঠিক পদ্ধতিৰে ঘৰুৱা ভাবেও ইয়াক ব্যৱহাৰ কৰিব পাৰোহক ।
#ব্যৱহাৰ --- ঘৃতকুমাৰীৰ সদৃশ২০০ৰো অধিক প্ৰজাতি আছে , তাৰে ৩/৪বিধ মানহে ঔষধ হিচাবে ব্যৱহৃত হয়। অঞ্চল ভেদে ইয়াৰ গুনগুনৰো ব্যৱধান আছে । অসমত লিখনীৰ তলত দিয়া প্ৰজাতিটো উপযোগী বুলি ভাবো । (অন্য ভাল প্ৰজাতিৰ বিষয়ে মোৰ অৱগত নহয়)
ঘৃতকুমাৰীৰ পাত দেখাত আনাৰসৰ দৰে হলেও পাততো ডাঠ আৰু ফালিলে ভিতৰত ওলোৱা ৰসাল সাহখিনি বাহ্যিক প্ৰয়োগ আৰু খোৱা দৰব হিচাবে ব্যৱহৃত হয় । ঘৃতকুমাৰী গছ নাপালে আয়ুৰ্বেদিক দোকানত কুমাৰ্যাসৱ নামৰ বৰৱৰ বতল পাব ।
#খোৱাৰ__পৰিমান :----বয়স অনুসৰি ৫ৰ পৰা ২০মি:লি:(১ৰ পৰা ৪ চামুচ )। পৰিস্কাৰ পানীত মিহলায়ো খাব পাৰি। খাবলৈ তিতা আৰু সাধাৰন টেঙা । অসুবিধা পালে মৌ মিহলাই খাব পাৰে । খোৱাৰ সময় শুদাপেটত ৰাতিপুৱা/ গধুলি ।
#ৰোগ__আৰু__গুনাগুণ :---
১। পেটৰ পাচন ক্ৰীয়া জনীত যিকোনো ৰোগত
২চা: ৰস ২চা: মৌৰ লগত খাব ।
২। শৌচ কচা ৰোগ তথা ইয়াৰ পৰা হোৱা নানা উপসৰ্গত ঘৃতকুমাৰী উপকাৰী । সৰু কেচুৱা হলে অলপ হিং মিহলাই নাভীত লেপ দিব ।
৩। যিকোনো ঘা, ফোহোৰা হলে অলপ হালধী মিলাই লেপ দিলে ঘা শুকায় আৰু ফোহোৰা পকি পুজ বাহিৰ হৈ যায় । মুখৰ ভিতৰত যিকোনো ঘা, চাল উঠা আদি হলে ঘৃতকুমাৰী লগালে উপসম হয় ।
৪। সৰ্দি কাহ হলে ৫গ্ৰাম ৰস আৰু মৌ মিহলাই খাব
৫। বেচিকৈ জ্বৰ মুৰত উঠিলে আৰু মুৰৰ বিষ হলে
মুৰত /কপালত ভোৰন বা ৰস লগালে আৰাম
পায় ।
৬। চুলি সৰা, পকা , ফটা , টকৌৱে খোৱা, শুকান হোৱা আদি যিকোনো সমস্যাত ঘৃতকুমাৰী খোৱা আৰু সপ্তাহত ১দিন মুৰত ঘহিব । লগত আমলখি
মিহলাব পাৰে ।
৭। চালৰ বাবে ঘৃতকুমাৰী অতি উত্তম মহৌষধী ॥
চাল সোতোৰা, ৰুক্ষ্য ,দাগ , ৰ'দৰ তাপত চালৰ ৰোগ বা যিকোনো সমস্যা হলে ইয়াৰ ৰস মুখত বা গাত ঘহিলে (কেচুৱাৰ গাধোৱা পানীত মিহলাই ধুৱালে) চালৰ ৰোগ আৰোগ্য হোৱাৰ লগতে চাল নিমজ মসৃন আৰু চালৰ পৰা হবপৰা ৰোগ প্ৰতিৰোধ কৰায় ।
সৌন্দৰ্য্যৰ বাবে নানা প্ৰসাধন ব্যৱহাৰ কৰি বহুতৰে চালৰ ৰোগ বা পাৰ্শক্ৰীয়া হোৱা দেখা যায় । ঘৃতকুমাৰী এই ক্ষেত্ৰত যথেস্থ ফলপ্ৰসু । নিয়মিত খোৱা আৰু চালত ঘহিলে মুখৰ বা গাৰ চাল সুন্দৰ
মসৃন হৈ পৰে ।
এন্টি এজিং জেল হিচাবে চালত ঘহিলে আৰু নিয়মিত খালে বয়সৰ চাপ নপৰে ।
৮। দাড়ি খুৰাই উঠি ইয়াৰ ৰস চেভিং লোচন হিচাবে ব্যৱহাৰ কৰিলে গালৰ কোনো সমস্যা নহয় ।
৯। শৰীৰত ভিটামিন ,কেলচিয়াম, ফলিক এচিদ , আইৰন , জিন্ক বা বিভিন্ন খনিজৰ অভাৱত হব পৰা ৰোগ নিৰাময় হয় ।
১০ চকু, দাঁত, হাড় আদিৰ ৰোগত উপকাৰী
১১। গাঠিৰ বিষ হলে হালধীসহ এই ৰস লেপ দিব অৰু নিয়মিত খাব ।
১২। ঘৃতকুমাৰী খালে দেহৰ ব্লাড কলেস্ত্ৰল কমি যায়। তেজ পৰিস্কাৰ কৰে আৰু দেহৰ অপ-পদাৰ্থ বাহিৰ কৰায় ।
১৩। দেহৰ ওজন নিয়ন্ত্ৰন কৰে । নিয়মিত সেবন কৰিলে অধিক শকত বা ক্ষীন লোক স্বাভাৱিক ওজনৰ হয় । বিশেষ ৰোগজনীত কাৰনত হলে ডক্তৰক শুধি খাব ।
১৪। মধুমেহ বা চুগাৰ জনীত ৰোগত ১০গ্ৰামকৈ
ঘৃতকুমাৰী আৰু কেৰেলা নিয়মিত খালে উপসম হয় ।( কিছুদিন খাই পৰীক্ষা কৰাব)
১৫। ঘৃত কুমাৰী কৰ্কত ৰোগ প্ৰতিৰিোধক , এই ৰোগ হোৱাৰ পিচতো ডক্তৰৰ পৰামৰ্শ লৈ খাব পাৰে
১৬। হৃদয় ৰোগতো ইয়াৰ ৰস উপকাৰী ॥
কবলৈ গলে ঘৃতকুমাৰী দেহৰ বিভিন্ন ৰোগত উপকাৰী তথা দেহত হব পৰা ৰোগ প্ৰতিৰোধকাৰী।
🛡 নিৰোগী লোকেও মাজে মাজে খালে দেহ মন প্ৰফুল্ল থাকে । ব্য়সীয়াল লোকে খাই থাকিলে বিভিন্ন বৃদ্ধাৱস্থাৰ ৰোগৰ সমস্যা দুৰ হ্য় ।
১। সথিক প্ৰজাতি চিনিহে খাব
২। বহুদিনলৈ একেৰাহে নাখাব
৩। গৰ্ভৱতী বা মাহেকীয়া ঋতুস্ৰাবৰ সময়ত মহিলা সকলে নাখাব ।
৪। জটিল কোনো ৰোগত চিকিৎসকক নুশুধাকৈ নাখাব ।
৫। পিত্তাশয় বা গোলব্লাডাৰৰ ৰোগ থাকিলে নাখাব ।
৬) কেচা পাত অধিক দিনলৈ সাচি থৈ নেখাব ।
👭তিনি বছৰ বয়সৰ তলৰ শিশুক নুখুৱাব ।
🍎 মোৰ অনুৰোধ -- প্ৰত্যেক গৃহস্থ্যই এনেহেন মহৌষধীৰ পোখা এটি সযতনে ৰোৱক আৰু নিয়মিত ব্যৱহাৰ কৰিব ॥
শেষত সকলোৰে সুস্বাস্থ্য কামনা কৰিলো।

Health Benifits of Bay Leaves (তেজপাত)

তেজপাত আমি সকলোৱে খাই আহিছোঁ ।
অতি প্ৰাচীন কালৰে পৰা ব্যৱহাৰ কৰি অহা এই ঔষধী সুগন্ধী উদ্ভিদ জোপাই আমাৰ শৰীৰত কি কি উপকাৰ কৰে জানো আহঁক ------
তেজপাতত থকা উপাদানসমুহ ;-
ইয়াত যথেস্থ পৰিমানে কেলচিয়াম', আইৰন',ক'পাৰ , পটেচিয়াম, চেলিনিয়াম 'মেংগানীজ' এম্টি অক্সিডেন্ট আদিৰে ভৰপুৰ ।

#ঔষধী_হিচাৱে_ব্যৱহাৰ_বিধি :----
সচৰাচৰ দাইল তৰকাৰী আদিৰ লগত তেজপাতৰ পাত খোৱাৰ উপৰি ৰোগৰ ঔষধী গুণাগুণৰ বাবে কেচা বা শুকান পাতৰ ক্কাথ বা ৪/৫টা পাত বা শুকান গুৰি ৩গ্ৰাম পানীত কিছুসময় উতলাই নাইবা চাহৰ নিচিনাকৈ বনাই খাব পাৰে , বা আধা চা:তেজপাত গুড়ি বা কেচা ৰস এচামুচ মৌ ,গুড় , তুলসিপাত বা আদা মিহলাই খাব পাৰে ।
১। তেজপাতে পাচন তন্ত্ৰ সৱল কৰে , বদহজম, , বেয়া উগাৰ অহা,,অৰুচী,অভোক
৫। #বহুমুত্ৰ ৰোগীৰ বাবে উপকাৰী ।
৬। #হৃদয়_ৰোগ বা হৃদ যন্ত্ৰ দুৰ্বল বা বুকুৰ ধপধপনি কৰা, সোনকালে ভাগৰি যোৱা ব্যক্তিৰ বাবে যথেস্ঠ উপকাৰী! ( তেজপাত ৪ টা গোলাপ ফুলৰ পাহী ৪টা আৰু জনীগুটি (অজৱাইন) ১বা২গ্ৰাম উতলাই চাহৰ দৰে দিনে ২/৩বাৰ খাব ॥
৭। #অনিদ্ৰা ৰোগত তেজপাত উপকাৰী
৮। তেজপাত ভিজোৱা পানীৰে
চকু ধুলে জলা পোৰা ভাল হয় । দাঁতৰ ৰোগত সিজোৱা পানীৰে কুলু কুলু কৰিব ।
৯। #মহিলাৰ_ৰক্তস্ৰা / পেটৰবিষ বা প্ৰসৱৰ পিচত গৰ্ভাসয়ৰ সমস্যাৰ বাবে তেজপাতৰ চাহ ( উতলোৱাপানী ) উপকাৰী
নাক বা দাঁতেৰে তেজযোৱা ৰোগতো একেদৰে খাব পাৰে ।
১০। চুলিৰ নানা সমস্যা ওকনী আদিতো তেজপাতৰ ৰস বা উতলোৱা পানী সানি কিছুসময় বান্ধি ৰাখিলে সমস্যা দুৰ হয় ।
১১। তেজপাত উতলোৱা পানী চতিয়ালে কীটপতঙ্গ কমে । বায়ু বিশুদ্ধ কৰে । শৌচ কচা আদি দুৰ কৰে । পেটৰ মন্দাগ্নি, গেচ (বায়ু) পিত্ত , দুৰ কৰাৰ লগতে অখাদ্য গ্ৰহনৰ পৰা হবলগা ৰোগ প্ৰতিৰোধ কৰে ॥ ূ
তেজপাত সিজোৱা পানীত আদা ,সন্ধা নিমখ বা ক'লা নিমখ দি খাব ।
২। কাহ চৰ্দি হাপানি , স্বৰভংগ (মাতভঙা) #এলাৰ্জী ৰোগত তেজপাত , তুলসী, আদা বা শোথ ,পিপলী ,গুড় বা চেনী সহ বেচিকৈ উতলাই চাহৰ নিচিনা দিনে ২---৩বাৰ খালে উপসম হয় ।
৩। মুৰৰ বিষ ,, #গাথিবিষ' বা অন্নান্য বিষত তেজপাতৰ চাহ খোৱাৰ লগতে তেজপাত আৰু এৰাপাত বতি লেপ লগালে উপসম হয় । ।
৪। প্ৰস্ৰাৱ ৰ যাৱতীয় ৰোগ তথা #কিডনী ৰ ৰোগ বা পাথৰী ৰোগত তেজপাতৰ চাহ বা উতলোৱা পানী খোৱাতো উপকাৰী ।

Tuesday, January 29, 2019

ONGC Assam Recruitment 2019 : Class-III & Class-IV Posts, Apply Online [308 posts]

ONGC Assam Recruitment 2019 : Class-III & Class-IV Posts, Apply Online [308 posts]


Oil and Natural Gas Corporation
Last Date: 6/02/2019.


Oil and Natural Gas Corporation Limited (ONGC), a “Maharatna” Public Sector Enterprise, and India’s flagship energy major is engaged in Exploration and Production of Oil and Gas in India and abroad. Oil and Natural Gas Corporation Limited invites Online Applications from young and energetic Indian citizens possessing Assam state domicile for selection to the under mentioned posts for ONGC’s offices in Assam with the pay scales as mentioned below aginst Advt. No: 01/2019 (R&P) (For Non-Executives).


Posts reserved for PwD only [Posts 1 to 5]:

1. Assistant Technician (Boiler)
No of posts:
6
Educational Qualification:
3 years Diploma in Mechanical Engg with First Class Boiler Attendant Certificate.

2. Technical Assistant Gd III (Chemistry)
No of posts:
2
Educational Qualification:
Post Graduate Degree in Chemistry

3. Junior Assistant (Steno English)
No of posts:
2
Educational Qualification:
Graduate with proficiency in typing speed at 30 wpm and shorthand at 80 wpm. Certificate/ Diploma of Computer Applications of minmum 6 months duration.

4. Junior Assistant Technician (Electrical)
No of posts:
1
Educational Qualification:
High School or Class X Equivalent with Science and trade certificate in Electrician trade. Should have valid certificate of competency as Electrical Supervisor.

5. Junior Assistant (Materials Management)
No of posts:
1
Educational Qualification:
BSc with Physics or Maths as one subject with typing speed at 30 wpm with Certificate/ Diploma of Computer Applications of minimum 6 months duration.

A-II Level Posts:

6. Assistant Rigman (Drilling)
No of posts:
1
Educational Qualification:
3 years Diploma in Mechanical/ Petroleum Engg

7. Technical Assistant Grade III (Chemistry)
No of posts:
8
Educational Qualification:
Post Graduate Degree in Chemistry

8. Assistant Technician (Production)
No of posts:
25
Educational Qualification:
3 years Diploma in Mechanical/ Petroleum / Chemical Engg

9. Assistant Technician (Mechanical)
No of posts:
5
Educational Qualification:
3 years Diploma in Mechanical Engg

10. Assistant Technician (Electrical)
No of posts:
11
Educational Qualification: 
3 years Diploma in Electrical Engg. Should have valid certificate of competency as Electrical Supervisor.

11. Assistant Technician (Electronics)
No of posts:
12
Educational Qualification:
3 years Diploma in Electronics/ Telecom/ E&T Engg. OR MSc in Physics with Electronics.

12. Assistant Technician (Instrumentation)
No of posts:
20
Educational Qualification:
3 years Diploma in Instrumentation Engg.

13. Assistant Grade III (Transport)
No of posts:
01
Educational Qualification:
3 years Diploma in Auto/ Mechanical Engg./ Post Graduate Diploma in Business Management/ Administration or any post graduate. Valid Heavy Vehicle Driving License is essential.

14. Security Supervisor
No of posts:
1
Educational Qualification:
Graduate Degree with one year relevant experience in security.

15. Clinical Assistant Gd III (Optometry)
No of posts:
1
Educational Qualification:
Bachelor Degree in Optometry.

A-I Level Posts:

16. Junior Technical Assistant (Chemistry)
No of posts:
5
Educational Qualification:
BSc with Chemistry as main subject

17. Junior Assistant Technician (Production)
No of posts:
49
Educational Qualification:
High School or Class X Equivalent with Science and trade certificate in Fitting or Mechanic trades.

18. Junior Assistant Technician (Cementing)
No of posts:
3
Educational Qualification:
High School or Class X Equivalent with Science and trade certificate in Auto/ Fitting or Mechanic trades. Valid Heavy Vehicle Driving License is essential.

19. Junior Assistant Technician (Electrical)
No of posts:
25
Educational Qualification:
High School or Class X Equivalent with Science and trade certificate in Electrician trade. Should have valid certificate of competency as Electrical Supervisor.

20. Junior Assistant Technician (Diesel)
No of posts:
20
Educational Qualification:
High School or Class X Equivalent with Science and trade certificate in Diesel trade.

21. Junior Assistant Technician (Welding)
No of posts:
8
Educational Qualification:
High School or Class X Equivalent with Science and trade certificate in Welding

22. Junior Assistant Technician (Machining)
No of posts:
10
Educational Qualification:
High School or Class X Equivalent with Science and trade certificate in Machining

23. Junior Assistant Technician (Fitting)
No of posts:
10
Educational Qualification:
High School or Class X Equivalent with Science and trade certificate in Fitting

24. Junior Motor Vehicle Driver (Winch Operation)
No of posts:
12
Educational Qualification:
High School or Class X Equivalent with Valid Heavy Vehicle Driving License and 3 years driving experience of heavy vehicles.

25. Junior Motor Vehicle Driver (Heavy Vehicle Operation)
No of posts:
1
Educational Qualification:
High School or Class X Equivalent with Valid Heavy Vehicle Driving License and 3 years driving experience of heavy vehicles.

26. Junior Slinger Cum Rigger
No of posts:
2
Educational Qualification:
High School or Class X Equivalent with Valid Heavy Vehicle Driving License and 3 years driving experience in loading and unloading.

27. Junior Assistant (Accounts)
No of posts:
7
Educational Qualification:
BCom with typing speed at 30 wpm and Certificate/ Diploma of Computer Applications of minimum 6 months duration.

28. Junior Assistant (Materials Management)
No of posts:
11
Educational Qualification:
BSc with Physics or Maths as one subject with typing speed at 30 wpm with Certificate/ Diploma of Computer Applications of minimum 6 months duration.

29. Junior Assistant (Personnel & Administration)
No of posts:
12
Educational Qualification:
Graduate with typing speed at 30 wpm and Certificate/ Diploma of Computer Applications of minimum 6 months duration.

30. Junior Assistant (Official Language)
No of posts:
01
Educational Qualification:
Graduate in Hindi with English as one subject. Typing speed at 30 wpm in Hindi to be conducted on Computer and Certificate/ Diploma of Computer Applications of minimum 6 months duration.

31. Junior Security Supervisor
No of posts:
2
Educational Qualification:
Intermediate with 6 months training/ experience in security.

32. Junior Fire Supervisor
No of posts:
4
Educational Qualification:
Intermediate with 6 months experience in fire services. Valid Heavy Vehicle Driving License.

33. Medical Assistant Grade IV (Industrial Hygiene)
No of posts:
1
Educational Qualification:
Diploma / Certificate of minimum one year duration in Industrial Hygiene. Minimum 01 year inline experience.

34. Pharmacist Grade IV (Allopathy)
No of posts:
9
Educational Qualification:
Diploma in Pharmacy of minimum 2 years duration.

35. Medical Assistant Grade IV (Pathology)
No of posts:
3
Educational Qualification:
Diploma / Certificate of minimum one year duration in Medical Lab Technology. Minimum 01 year inline experience.

36. Medical Assistant Grade IV (Sterilization-CSSD)
No of posts:
1
Educational Qualification:
Diploma / Certificate of minimum one year duration in Sterilization-CSSD. Minimum 01 year inline experience.

37. Medical Assistant Grade IV (Radiology)
No of posts:
3
Educational Qualification:
Diploma / Certificate of minimum one year duration in Radiography or Medical Radio and Imaging Technology. Minimum 01 year inline experience. 

38. Medical Assistant Grade IV (Anaesthesia)
No of posts:
1
Educational Qualification:
Diploma / Certificate of minimum one year duration in Anaesthesia Technician. Minimum 01 year inline experience.

39. Medical Assistant Grade IV (ECG)
No of posts:
2
Educational Qualification:
Diploma / Certificate of minimum one year duration in ECG. Minimum 01 year inline experience.

40. Medical Assistant Grade IV (Operation Theatre)
No of posts:
2
Educational Qualification:
Diploma / Certificate of minimum one year duration in Operation Theatre Technology. Minimum 01 year inline experience.

41. Medical Assistant Grade IV (Dental Hygiene)
No of posts:
1
Educational Qualification:
Diploma / Certificate of minimum one year duration in Dental Hygiene or Dental Assistant. Minimum 01 year inline experience.

W-I Level Posts:

42. Junior Health Attendant
No of posts:
6
Educational Qualification:
High School or Class X equivalent with First Aid Certificate.

Age:
1. A2 & A1 posts:
UR-18 to 30 years, OBC-NCL- 18 to 33 years, SC/ST- 18 to 35 years
2. W1 posts:
UR-18 to 27 years, OBC-NCL- 18 to 30 years, SC/ST- 18 to 32 years
3. PWD candidates:
Upper age limit is relaxable by 10 years.


Pay:
The pre-revised pay scales are 

a) Rs 12,000 — 27,000/- for A2 level (Class III), 
b) Rs 11,000 -24.000/- for Al level (Class III) posts and 
c) Rs 10.000-18,000/ - for W1 level (Class-IV), with an increment of 3% per year. 

Registration Fee:
i. For General/ OBC candidates- Rs 370/- as Registration fee (Fee- Rs 299.20/- plus GST-10.80/- plus Bank charges- Rs 60/-). Registration fee is non-refundable.
ii. Registration fee can be deposited at any branch of State Bank of India in ONGC Power Jyoti A/C No 30827318409 of SBI, Tel Bhavan, Dehradun through Challan Form. Payment of Registration fee by any other mode is not acceptable and payments made through other modes will NOT be returned or refunded to the candidates.
iii. ONGC Departmental candidates/Tenure based employees would also be required to deposit the applicable registration/processing fee through the Challan form. However, the same would be reimbursable.
iv. SC/ST/PWD/Ex-Servicemen candidates are exempted to pay any fee.

Selection Process:

i. The selection of the candidates shall be done through a Computer Based Test (CBT) followed by PST/PET/Skill tests wherever applicable. The candidates have to qualify at each stage separately.
ii. The Computer Based Test (CBT) is tentatively scheduled from March 2019 onwards.
iii. The test will be held at Jorhat, Dibrugarh, Guwahati, Silchar and Sivasagar subject to availability of suitable infrastructure for CBT.
iv. Candidates should indicate their choice of test centre in the online application.
v. ONGC reserves the right to change any of the aforementioned test cities at its discretion.
vi. Details of the schedule of CBT shall be shared with the candidates separately.
vii. SC/ST/PWD candidates attending the written test and whose mailing address is beyond municipal limits of the test city will be reimbursed to & fro second class rail/bus fare of the shortest route from their mailing address.

Important Points:

  1. The candidates must possess the domicile of state of Assam. The candidates will have to produce a Certificate of Domicile from the concerned state at the time of Skill Test/ uploading of documents. The condition of domicile is not mandatory for departmental candidates.
  2. A candidate can apply for MULTIPLE posts for which he is eligible.
  3. In case the candidate is eligible for multiple posts, the candidate will have to give his choice of posts in order of preference. No change in the order of preference will be considered later. Only one offer of appointment shall be given to the selected candidate based on his/ her choice of preference indicated in the online application.
  4. The Candidate must possess the essential prescribed qualifications on or before the last date of online Application.
  5. Candidates must possess a minimum score of 50% marks in the essential qualification to be eligible. The candidate has to enter exact percentage of marks to a maximum of 2 (two) decimal places while filling the online application form i.e. rounding off to percentage is strictly not allowed.
  6. For the posts mentioned above where one of the qualifications prescribed is a Certificate/Diploma of minimum duration of 6 months in Computer Applications in the Office Environment, a B.C.A. or an M.C.A. or a B.Tech. / B.E. in Computer Science/ Engineering shall not be accepted in place of a Certificate/ Diploma of minimum 6 months. Even if the Graduation is B.C.A. or, a B.Tech. / B.E. in Computer Science/ Engineering, the required certificate of minimum duration of 6 months is mandatory. The Certificate/ Diploma should be attributable to Computer Applications and should clearly mention that the candidate has studied the course involving office environment such as applications of MS Word, Excel (spread sheet) etc.

How to apply: Eligible candidates would be required to apply on-line ONLY through the link available on ONGC Website: www.ongcindia.com from 07.01.2019 to 06.02.2019 till 1800 hrs.


Important Dates:

1. Online registration starts:  07.01.2019, 10:00 hours
2. Online registration ends:  06.02.2019,18:00 hours
3. Tentative date of computer based written test: March 2019

Advertisement Details: Pl check here. [Always check detail official advertisement ]
Apply Online: Click Here Click Here. [from 07.01.2019]

Monday, January 28, 2019

Border Security Force Recruitment 2019 : Constable (Tradesman) [1763 Posts]

Border Security Force.
Last Date: 45 Days.

Applications are invited from Male and Female Indian citizens for filling up following posts of Constable (Tradesman) in Border Security Force.

CT (Cobbler) – 32 Posts
CT (Tailor) – 38 Posts
CT (Carpenter) – 13 Posts
CT (Cook) – 561 Posts
CT (W/C) – 320 Posts
CT (W/M) – 253 Posts
CT (Barber) – 146 Posts
CT (Sweeper) – 389 Posts
CT (Waiter) – 9 Posts
CT (Painter) – 1 Post
CT (Draughtsmen) – 1 Post

No of posts: 1763 Posts
Pay: Rs. 21,700-69,100/-

Age (As on 01.08.2019): 18 to 25 years (Relaxation as per government policy)

Educational Qualification: Matriculation or equivalent examination from a recognized University/Board with
a)Two years experience in respective trades; OR
b)One year certificate course from Industrial Training Institute of Vocational Institute with at least one year experience in the trade; OR
c)Two year Diploma from Industrial Training Institute in the trade or similar trade.
Note: Multi-Skilled candidates will be given preference.

How to apply: All interested and eligible candidates can download the application through BSF website (www.bsf.nic.in) and send duly filled application form along with required documents to the Concerned Recruitment Agency (BSF HQRs) within 30 days from the date of publication of the advertisement [25/01/2019] in Employment News Paper and 45 days for candidates belonging to far flung areas i.e., NE States, Sikkim, etc.

Advertisement Details: Pl check  Here

Sunday, January 27, 2019

Assam Police Recruitment 2019 : Sub-Inspector @ APRO [68 posts], Apply Online

Application are invited Assam Police Recruitment 2019 for the Sub-Inspector of Police (Communication) in Assam Police Radio Organisation in various 68 position. Candidates can apply online for the following job vacancies in Assam Police.
Last Date: 28.02.2019.
 

Assam Police Recruitment 2019 Details:

Name of post: Sub-Inspector of Police (Communication)
Number of posts: 68 posts
•   For Male candidates: 49
•   For Female candidates: 19
Category-wise vacancies: UR: 34, OBC /MOBC: 21, SC: 4, ST/H: 1, ST/P: 8
Pay Salary: Rs.14000- 49000 (Pay Band No.2) plus Rs. 8700 Grade pay.
Age limitations: Candidate should not be more than 20 years and less than 24 years of age as on 1st January 2019. (Candidate must be born on or before 01-01-1999 and on or after 01-01-1995).
Age Relaxation: Upper age limit will be relaxed for:
(i) 5 (five) years in respect of candidates belonging to SC, ST (P) and ST (H).
(ii) 3 (three) years in respect of candidates belonging to OBC/MOBC.
(iii) 3 years in respect of trained Home Guard who have served for a period of 3 years or more.
Education Qualification: B.Sc. (Electronics Science/ IT/ Computer Science) (10+2+3 duration)
OR
3-year Diploma from State Polytechnic in Electronics and Tele Communication, or Electronics or Information Technology, or Instrumentation or Computer Engineering or Computer Science or equivalent with 2 years work experience in the field of Electronics, Telecom, IT or allied environment.
OR
3-year Diploma from State Polytechnic in Electronics and Tele Communication, or Electronics or Information Technology, or Instrumentation or Computer Engineering or Computer Science or equivalent and 2 years additional course/courses in Telecommunication /IT /Computer Science/ Computer Engineering or equivalent.
Selection Process: Written test, PST (Physical Standard Test) and PET (Physical Efficiency Test)
Application Fee: Not mention.
Apply methods: Online.

How to apply Assam Police Recruitment 2019:

Interested candidates may apply online for the following job vacancies. Applications must be submitted online through the Assam Police / SLPRB website (police.assam.gov.in / slprbassam.in). The online applications will be received with effect from 01-02-2019 and the last date of receiving application will be 28-02-2019.

Advertisement Details: Pl check Here
Apply Online: Click Here . [From 01-02-2019]

Get Big Arms - 3 Exercises To Build Huge Arms Fast




I’d willing to be bet that half of the guys who are working out today started just to get big arms.
The fact is huge arms draw a lot of attention and are admired by both sexes (but especially by women). The perfect example of this is NFL referee Ed Hochuli, who, according to his Wikipedia page (yes, he even has a Wikipedia page) is well known for his big arms. You literally cannot get through a football game without one of the broadcasters commenting the size of his arms at least once. That is the perfect example of the effect having big arms has on people. Now here are few of my favorite exercises to get big arms.

These 3 exercises each work 1 of the 3 major muscles in the arm, the bicep, the tricep, and the forearm muscle.

Biceps – Dumbbell Curls

Dumbbell curls one of the most well known arm exercises and for good reason, they’re one of the best for building the bulging biceps every guy wants.
This exercise can be performed standing up or sitting down with your arm rested on the inside of your thigh. Grab the dumbbell with an underhanded grip and bring it up towards your focusing on keeping the rest of your arm steady while only using your bicep.
Perform 3 sets of 8-12 repetitions
Close Grip Bench Press
 
 What most people don’t know is that the triceps muscle makes up 2/3 of your arm and therefore building up your triceps is the key to getting big arms.
No exercise builds up the triceps like the close grip bench press. You perform the close grip bench press the same way you would the traditional bench press but you use a grip that is only shoulder length apart. When doing exercise be sure to keep your elbows as close to the body as possible. Keeping your elbows tucked in tight isolates the triceps and ensures that you’re not using any of your chest to lift the weights.
Perform 3 sets of 8-12 repetitions
 Forearm Curls

One often overlooked part of the arms is the forearm. Everyone makes a big fuss over the biceps and triceps but if you ask me there’s nothing more impressive than a pair of gorilla forearms.
Forearm curls are performed the same way as bicep curls the difference being that you’re only bending at the wrist. The key to doing this exercise is to perform the curl slowly, controlling the weight all through out the motion.
These 3 exercises helped me get big arms and I’m sure they will work for you too.

Tuesday, January 22, 2019

ভেদাইলতাৰ কেইটামান গুণ

ভেদাইলতা প্ৰায় সকলো মানুহে চিনিপায় । পাত মোহাৰিলেই বেয়া গোন্ধ ওলায় যদিও খাওতে তেনে
গোন্ধ নেপায় । ই শৰীৰৰ নানা ৰোগত বজাৰত কিনা দামী দামী টনিকতকৈও বহুত বেচি ভাল কাম দিয়ে।
শকত হোৱাটোই সুস্বাস্থ্য নহয়। পেটতো ভালে থাকিলে শৰীৰত বেমাৰ আজাৰ কমে , বেমাৰ আজাৰ নহলে মন ভাল হয়, মন ভাল হলে চিন্তা ভাৱনাবোৰ ভাল হয়, তাকেহে কয় স্বাস্থ্য । বন-
দৰৱৰ নিয়মিত ব্যৱহাৰে অটুত স্বাস্থ্য গঢ়িব পাৰে।
ভেদাইলতাৰ গুণ :-

১। পেটৰ যিকোনো ৰোগৰ বাবে ৰামবান সদৃশ
কাম কৰে । ৰোগী বা নিৰোগী যিকোনো লোকে
ইয়াক নিয়মিত খালে শৰীৰত যথেস্থ্য বল পায় ।

২। নতুন বা পুৰনি হাগনী /গ্ৰহণী বেমাৰত ইয়াৰ কেচা ৰস বা কম তাপত আঞ্জা বনাই বা চাতনি , বৰা আদি বনাই খালে
ভাল ফল দিয়ে।
৩। যকৃত বা লিভাৰৰ যি কোনো সমস্যাত ভেদাই লতা খালে কাম দিয়ে আৰু লিভাৰ শক্তিশালীকৰে

৪। গাৰ বিষ হলে বা দিনটো কষ্টৰ কাম কৰি গা
বিষালে ১০/১২খিলা পাত আৰু ২/৩কোহ নহৰু থেতেলাই একাপ পানী আৰু অকনমান নিমখ মিহলাই খালে আৰাম পায়
গাঁঠিৰ বিষ হলেও ভাল ফল পায়

৫। এলাৰ্জি ৰোগত নিয়মিত খালে উপকাৰ পায়।

৬। ***সন্তান প্ৰসৱৰ পিচত ভেদাইলতাত কেচাহালধি মিহলাই আঞ্জা বনাই খুৱাব(বেচিকৈ উতলাব নালাগে) এনে কৰিলে প্ৰসৱৰ বিষ বেদনা কমে।

৭। হাড় ভাঙিলে বা খুন্দা খাই দুখ পালে ইয়াৰ পাত বটি বান্ধি দিব আৰু দিনত ২-৩বাৰ ৰস খাব।
৮। যিকোনো ৰোগত শৰীৰ দুৰ্বল হলে ভেদাইলতা
সুপথ্য বা টনিক হিচাৱে সদায় খাব পাৰে।
***৯। সৰু কেচুৱাৰ সঘনাই হাগণী হৈ থাকিলে ভেদাইলতাৰ কুমলিয়া ঠাৰি নাভীৰ তলত মেৰাই বান্ধি ৰাখিলে ভাল ফল পাব

১০। ভেদাইলতা শুক্ৰবৰ্ধক, বল শক্তি দায়ক
১১। একাঙ্গী ৰোগত ৪/৫চামুচকৈ ৰস দিনটোত৩বাৰ
খোৱাৰ উপৰি ৰসেৰে মালিচ কৰি উপকাৰ পাব

১২। মহিলাৰ জৰায়ুজনিত যিকোনো ৰোগত খালে আৰাম পাব ॥


খোৱাৰ নিয়ম ;- ভেদাইলতাৰ পাত, ঠাৰি,ফুল সকলো অংশই খাব পাৰি। চাতনী কৰি ,বড়া ভাজি কৰি , ৰান্ধি বা কেচাৰস যি হিচাবেই নহওক বেমাৰৰ লক্ষন আৰু বয়স অনুসৰি দিনটোত ৫ৰ পৰা ১০ চামুচ কেচাৰস দিনে ৩বাৰ খাব।তৰকাৰি কৰি খালে বেচিকৈ নিসিজাব। শুকাই গুৰি কৰিও সংৰক্ষন কৰি খাব পাৰে ।(কেচা ৰস বেচি উপকাৰী)

Sunday, January 20, 2019

Directorate Of Health & FW Deptt, Assam Admit 2019 : Grade III & Grade-IV [189 + 65 Posts]

Advertisement

Addl. Secretary, Health & FW Deptt, Assam Cum-Director of health Services (FW) Assam has issued a notification regarding the examination date and admit card for the recruitment of  Computer/Field & Evaluation Worker/ L.D. Asstt/ Field Worker/ Social Worker & Grade-IV, in the establishment of Directorate of Health Services(FW), Assam 2018-19. It reads as follows.

This is for general information that the Written OMR Test for the post of Computer/Field & Evaluation Worker/ L.D. Asstt/ Field Worker/ Social Worker & Grade-IV, in the establishment of Directorate of Health Services(FW), Assam, as per advertisement in News Papers on 02-11 2018 & 03-11-2018 vide Janasanyog/DF/2882/18 and also online at www.dhsfw.assam.gov.in on 03-11-2018 vide HSFW/Esstt/13/Pt/2013/8823, dated 02-11-2018, is scheduled to be held on 27th January' 2019 at 9 districts (Zone) in the State.



Name of post:
Computer
Field & Evaluation Worker
L.D. Asstt
Field Worker
Social Worker
Grade-IV
Examination Date: 27/01/2019

Official Advertisement :  Computer/Field & Evaluation Worker/ L.D. Asstt/ Field Worker/ Social Worker

Official Advertisement: Grade IV

Eligible candidates are requested to download the Admit Card from the official website www.dhsfw.assam.gov.in. from 1500 hours of 20-01-2019. The Admit Card contains the venue, date and time schedule of the candidate.

Download Admit Card

Friday, January 18, 2019

Railway Protection Force Recruitment 2019 : Constable (Ancillary) [798 Posts], Apply Online

Railway Protection Force (RPF)
Last Date: 30/01/2019.
Railway Protection Force (RPF) of Indian Railways invites online applications are invited from eligible male / female candidates for filling up the following posts of  Constables Ancillary  in various zones of Indian Railways for Railway Protection Special Force (RPSF) and Railway Protection Force (RPF) (Advt. No. 03/2018) :

Name of post: Constable (Ancillary)
No of posts: 798 posts

Trades: Constable Water Carrier-452, Constable Safaiwala-199, Constable Washerman-49, Constable Barber-49, Constable Mali-07, Tailor Gr.III-20, Cobbler Gr.III-22

Pay: Level-2/ Level 3 of 7th CPC Pay matrix Rs. 19900-63200 and Rs. 21700-69100/-
Educational Qualification : SSLC/Matriculation or equivalent from recognised board.
Age : 18-25 years as on 01/01/2019

Application Fee: Rs. 500/- (Rs.400/- will be refunded) (Rs. 250/- for SC/ST/Ex- serviceman/Female/Minorities/Economically backward candidates, this will be refunded) to be deposited in the bank.


Mode of Payment: Online/ Offline

    Online: through internet banking or debit cards/ credit cards
   Offline: SBI Bank challan payment mode in any branch or Post office challan payment mode in any branch of computerized post office

How to apply: Apply Online at RPF/RPSF Recruitment website from 01/01/2019 to 30/01/2019 only.


Important Dates:
   Starting Date for Online Registration: 01-01-2019 at 10:00 Hrs
   Closing Date for Online Registration: 30-01-2019 till 23:59 Hrs
   Tentative Date for Computer Based Test: Feb & March 2019
   Last Date for Online Fee Payment: 01-02-2019 till 23:59 Hrs
  Last Date for Offline Fee Payment: 02-02-2019 till 23:59 Hrs (For candidates who register till 23:59 Hrs of 30-01-2019)

Advertisement Details: Pl check Here .

Apply Online: Click Here .

Thursday, January 17, 2019

RRB Group D Result 2019 ~ RRB Guwahati Group D Result 2019 Online

RRB Group D 2018-2019: Answer Key (RRB Guwahati)

RRB Guwahati Group D Result 2019
RRB Group D Result will be based upon the performance of a candidate in RRB Group D CBT. The result will be chiefly published in the form of a result but candidates can also view their scorecard. Here is the schedule related to the RRB Group D Result


Instructions for Downloading the RRC Group D Result / Cut-Off 2019:
In order to check the result of the written/online examination  
1. Visit the Important Link segment below

2. Click on the link : Download Railway Group D Result 2019

3. In the newly opened page , the applicants will be required to enter the required details as follows:
Registration ID/ User ID/ Application Number
Password/Date of Birth
Enter Captcha if required
And submit the details
4. After submitting the correct details , the result status and score of the concerned candidates will be visible to the  candidates
5.  The result status can also be checked  from the official website of RRC.

Popular Posts