মুখৰ ভিতৰত আলচাৰ বা ঘা হ'লে লবলগীয়া ঘৰুৱা উপায় সম্পৰ্কে কেইটামান দিহা ।
1. এলোভেৰা জেল ঘা হোৱা ঠাইত লগাব । ই প্ৰাকৃতিক এন্টিচেপ্টিক , এন্টিবিক্টেৰিয়
েল আৰু এন্টিভাইৰেল ।
2. ধনিয়া পাত পানীত উতলাই কুলি কৰিব ।
3. যষ্টিমধু এচামুচ এগিলাছ পানীত ২ ঘন্টা তিয়াই থৈ কুলি কৰিব ।
4. নাৰিকলৰ গাখীৰৰ লগত মৌ মিহলাই ঘা হোৱা ঠাইত ঘনে ঘনে লগাই থাকিব ।
5. দিনে ৪/৫ বাৰ তুলসী পাত ৪/৫ টাকৈ চোবাই খালে ঘা সোনকালে শুকায় ।
ভালে থাকক ।
From: বিনু লস্কৰ

0 Comments:
Post a Comment