Thursday, May 9, 2019

হোৱাইট হাউছ ত প্ৰথমজন বৰপেটাৰ সুযোগ্য সন্তান গৌৰাংগ লাল দাস

"হোৱাইট হাউছ" ত প্ৰথমজন বৰপেটাৰ সুযোগ্য সন্তান গৌৰাংগ লাল দাস ৷

অসমীয়া মাধ্যমত শিক্ষা লৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত প্ৰথম স্হান অধিকাৰ কৰিছিল ১৯৯১ চনত ৷ আজিও মনত আছে সেইদিনটো পিতৃৰ মৃত্যুৰ তৃতীয় দিনা তিতা কপোৰ পিন্ধি বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মেট্ৰিক পৰীক্ষা অৱওীৰ্ণ হৈছিল ৷দাস একাগ্ৰতা জ্ঞানৰ পৰিধি মানিব লগা ৷

এতিয়া আমেৰিকা যুক্তৰাস্ট্ৰত ভাৰতীয়া দূতবাসৰ পলিটিকে কনছুল ৰূপে কৰ্মৰত ৷ ভাৰতৰ প্ৰধানমন্ৰী মাননীয় নৰেন্দ্ৰ মোডীৰ সৈতে একে শাৰীতে বহি পৃথিৱীৰ সৰ্বশক্তি মান ৰাস্ট্ৰৰ ৰাস্ট্ৰপতি ড'নাল্ড ট্ৰাম্পক আগত লৈ আলোচোনাত মিলিত হয় ৷

এতিয়া কোনোবাই প্ৰশ্ন কৰিব নেকি তেওঁক অসমীয়া মাধ্যমত পঢ়া নাই বুলি ? যিটো সময়ত অসমীয়া মাধ্যমৰ মেধাসম্পন্ন লৰা-ছোৱালীয়ে আদৰ্শ বিদ্যালয়ত শিক্ষক নিযুক্তি নাপায় বুলি বিতৰ্ক চলি আহিছে ৷

0 Comments:

Post a Comment

Popular Posts