Sunday, March 24, 2019

সতীদাহ প্ৰথাৰ বিষয়ে জানো আহক

সতীদাহ প্ৰথা

স্বামীৰ মৃত্যুৰ পাছত তেওঁৰ বিধবা পত্নীক বহু পৰিমানে ভাঙ আৰু ধতুৰা খোৱাই নিচাত উন্মত্ত কৰি লোৱা হয়। যেতিয়া সকলো শ্মশানলৈ যায়, কেতিয়াবা তেওঁ হাঁহে, কেতিয়াবা কান্দে আৰু কেতিয়াবা মাটিত বাগৰি শুই দিয়ে, তথাপিও পুৰুষ প্ৰধান সমাজখনে জোৰ-জুলুম কৰি তেওঁক লগত লৈ যায় দাহ কৰিবলৈ। এইয়াই সতীদাহ প্ৰথা ৷

তাৰপিছত তেওঁক মৃত স্বামীৰ লগত চিতাত তুলি দিয়া হয় আৰু এডাল কেঁচা বাঁহেৰে কপকপীয়াকৈ বান্ধি দিয়া হয়। যাতে মহিলাগৰাকীয়ে জ্বলি যোৱাৰ যান্ত্ৰনা সহিব নোৱাৰিলেও চিতাৰ পৰা উঠি আহিব নোৱাৰে। চিতাত অত্যাধিক পৰিমাণে ঘিউ আৰু চন্দন, ধূপ-ধূনা দিয়া হয় যাতে কোনেও নেদেখাকৈ ধুৱঁলি-কুৱলি হৈ পৰে, কিয়নো সেই দৃশ্য চোৱাটো অত্যন্ত ভয়ানক হয়।

অগ্নি দিয়াৰ পাছৰে পৰা সমস্ত ঢোল, খোল, কৰতাল, শংখ বজাই দিয়া হয় যাতে কোনেও বিধৱা গৰাকীৰ যন্ত্ৰনাকাতৰ চিঞৰ, কন্দা-কটা, অনুনয়-বিনুনয় শুনিবলৈ নাপায়।

এইয়াই 'সহমৰণ'... সতীদাহ...

সতীদাহ প্ৰথাৰ পৰা সমাজখনক উদ্ধাৰ কৰা লৰ্ড উইলিয়াম বেন্টিক আৰু ৰাজা ৰামমোহন ৰায়ক আজি শতকোটি প্ৰণাম জনালো

Saturday, March 23, 2019

Bohag Bihu (Rongali Bihu) festival of - অসমৰ জাতীয় উৎসৱ বহাগ বিহু

ব’হাগ বিহু বা ৰঙালী বিহু বসন্তৰ আগমণত উদযাপন কৰা অসমৰ মূল বিহু উৎসৱ। বসন্তৰ আগমনীত যেতিয়া প্ৰকৃতি নতুন ৰূপৰে জিলিকি উঠে, তেতিয়া চহা ৰাইজ জীৱন উপভোগ কৰিবলে আগবাঢ়ি আহে। ৰঙালী বিহু যৌৱনৰ উৎসৱ। ডেকা গাভৰুৱে ৰাতি বিহু পাতে, বিহুৰ মাজতে নিজৰ জীৱন সংগী বিছাৰি উলিয়ায়। কৃষি সংস্কৃতিৰ আৰম্ভণিৰে পৰা এনেধৰণৰ উৎসৱ চলি আহিছে। যৌৱনৰ লগত খেতি মাটিৰ উৰ্বৰতাৰ সম্বন্ধ আছে বুলি মানুহে বিশ্বাস কৰে। সেয়ে খেতি আৰম্ভ কৰাৰ আগে আগে পালন কৰা ৰঙালী বিহুৰ কৃষিৰ লগত ওতঃপ্ৰোত সম্বন্ধ আছে ।

বিহু শব্দৰ উৎপত্তি-

বহাগ বিহুটি অসমীয়া জাতিৰ বাপতি সাহোন । বিহুৰ উৎস ক’ত, সঠিক উত্তৰ নাই যদিও ই যে বিষুৱ শব্দৰ পৰা উৎপত্তি হৈছে এই কথা মানি লব পাৰি । পৃথিৱীৰ সোঁমাজেৰে পুৱা পশ্চিমাকৈ এডাল ঘূৰনীয়া ৰেখা কল্পনা কৰা হৈছে । পৃথিৱীয়ে সূৰ্য্যৰ ফালে কিছু হেলনীয়াকৈ ঘূৰি থাকোতে কেতিয়াবা উত্তৰ মেৰুত সূৰ্য্যৰ পোহৰ পোনভাবে পৰে । কিন্তু সূৰ্য্যৰ কিৰণ বিষুৱৰ ওপৰত লম্বভাবে পৰে । বিষুৱৰ কাষৰ ঠাইত সদায় জহকালৰ মাত্ৰা বেছি । পৃথিৱীৰ সকলো ঠাইতে এই সময়তে বিষুৱৰ লগত সম্বন্ধ থকা উৎসৱ পালন কৰা হয় । সেইদিনা সূৰ্য্য বিষুৱ ৰেখা পাৰ হৈ উত্তৰায়নলৈ ঢাপলি মেলে । গতিকে জ্যোতিষৰ মতে বিষুৱক্ৰান্তি বোলে ।

অসমৰ জাতীয় উৎসৱ বহাগ বিহুৰ বিষয়ে-

 বহাগ এটা মাহ- বহাগ মানেই ঢোল পেপাৰ গগনাৰ মাত, বহাগ মানেই চৌদিশে বিহু নামৰ জাত, বহাগ মানেই বিহু নাচ নাচিবলৈ ওলাই অহা শাৰী-শাৰী গাভৰুৰ জাক। বহাগ এটি লোক উৎসৱ। বৰ লুইতৰ পাৰৰ লোক উৎসৱ, অসমৰ ই জাতীয় উৎসৱ। বহাগ মাহ, ঋতু বসন্ত- যৌৱনৰ জীবন্ত প্ৰতীক। বসন্ত মাহ প্ৰকৃতিৰ যৌৱন, বসন্ত কালত ধৰিত্ৰী গাভৰু হয়, যৌৱনেই জীৱনৰ বসন্ত কালৰ দৰে, বসন্তৰ লগে লগে প্ৰকৃতিয়ে পৃথিৱীত সৃষ্টি কৰে উৎসৱ মূখৰ এক মধুৰ পৰিৱেশ। যৌৱন সূৰনভ উন্মাদনাত প্ৰাণে প্ৰাণে জাগি উঠে প্ৰেম প্ৰীতিৰ ভাবৰ লহৰ। প্ৰেমত যেনেকৈ লুকাই থাকে মিলনৰ বাসনা তেনেকৈয়ে সেই মিলনতো লুকাই থাকে সৃষ্টিৰ সম্ভাৱনা। বহাগ আহিলেই বৰদৈচিলা মাকৰ ঘৰলৈ আহে, “বৰদৈচিলা সৰুদৈচিলা বহাগী বিহুৰে বাতৰি দিলা” সেইজনী বৰদৈচিলাৰ চিনাকি হৈছে, পুৰণি কাহিনীৰ মতে জটায়ুৰ জীয়াৰী আৰু গৰুড়ৰ বোৱাৰী বৰদৈচিলাই হেনু দলদোপে হেন্দোলদোপে, শিলে বৰষুনে, লগত লৈ মাকৰ ঘৰলৈ বিহু খাবলৈ আহে। বড়ো সকলে আকৌ বৰদৈচিলা নামেৰে গোঁসানী এগৰাকীক পূজা কৰিছিল। তেওঁলোকৰ মতে বাৰ মানে বতাহ বা ধুমুহা, দৈ মানে পানী বা বৰষুন, চিখলা মানে গাভৰু বা গোঁসানী বা অপেস্বৰী। চমুকৈ বৰদৈচিখলা মানে হৈছে ধুমুহা বা বৰষুনৰ গোঁসানী। এই বৰদৈচিখলাৰ পৰাই বৰদৈকলা, বৰদৈচিহিলা, বৰদৈচিলা হৈছে বুলি অনুমান কৰা হৈছে।

 অসমৰ কৃষিজীৱি মানুহৰ উৰ্ব্বৰা বিশ্বাসৰ ভেটিত জন্ম হোৱা জাতীয় জীৱনৰ ৰং, আনন্দ, আবেগ, অনুভূতিৰ উৎসৱ বহাগ বিহুৰ আগমনৰ বাতৰি পাই সাৰ পাই উঠে অসমৰ প্ৰকৃতি, নৈ-নিজৰা, পৰ্ব্বত-পাহাৰ, চৰাই-চিৰিকটি, দিহিং-দিচাং-দিখৌ-জাঁজি-ভোগদৈ, কপিলি, নিশাৰী আৰু বৰলুইতৰ পাৰ। সৃষ্টি যেনেকৈ মাটিত হয়, প্ৰকৃতিৰ বুকুত হয়, তেনেকৈ মানুহৰ জীৱনতো হয়। সেই সৃষ্টিৰ স্বত:ৰ্সফুত ভাব হৈছে বিহু। বিহু গাৱলীয়া কৃষি আৰু সৃষ্টিৰ এটা অংগ। অকল জনজীৱনতে নহয়, বৰ লুইতৰ পাৰৰ জাতীয় জীৱনটো বহাগ বিহুৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। তাৰ এক স্বকীয় ৰূপ আৰু সূকীয়া তাৎপৰ্য্য আছে। এই স্বকীয়তাৰ পটভূমিত আছে মহামিলনৰ তীৰ্থস্বৰূপ, মহাবাহু ব্ৰহ্মপুত্ৰৰ দুয়োপাৰত যুগ যুগ ধৰি নানা জাতি উপজাতিৰ মাজত বিৰাজ কৰি থকা সম্বন্বয় আৰু সংমিশ্ৰনৰ এক গৌৰবোজ্বল ঐতিহ্য। এই সম্বন্বয় আৰু সংমিশ্ৰনৰ চিন্তা চেতনাক সজীৱ কৰিবৰ বাবেই যেন প্ৰতি বছৰে বহাগ আহে লুইতৰ পাৰলৈ।

 বিভিন্ন জনগোষ্ঠীৰ মহাসিন্ধু অসম। অসমৰ প্ৰতিটো খিলঞ্জীয়া জনগোষ্ঠী যেনে- বড়ো, ডিমাচা, ৰাভা, লালুং, তিৱা, দেউৰী, চুতীয়া, সোনোৱাল কচাৰী, মিচিং, ঠেঙাল আদিয়ে স্বকীয় বৈশিষ্ট্যৰে বিহু উদযাপন কৰি আহিছে। বসন্ত কালত প্ৰত্যেক জনগোষ্ঠীয়ে স্বকীয় ৰীতি নীতিৰে ভিন্ন ভিন্ন নামেৰে বিহু উৎসৱ পালন কৰে। চুতীয়া সকলে বহাগ বিহুক বিচু, ডিমাচা সকলে বিষু আৰু বড়ো সকলে বিহু বোলে। অসমৰ পশ্চিমীয়া বড়ো সকলে ইয়াক বৈচাগা বোলে(বৈচা মানে বছৰ, গা মানে জন্ম)গতিকে সেই দিনাৰ পৰাই বছৰৰ জন্ম হয় বুলি ধৰা হয়।

 বিহুক অসমৰ জাতীয় উৎসৱ বুলি স্বীকৃতি দিয়া হৈছিল আহোম ৰজা স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্বকালত। (১৫৯৫-১৭১৪) স্বৰ্গদেউ ৰুদ্ৰসিংহই বিহুত গছৰ তলত ডেকা গাভৰুৱে নাছ নছাৰ বাতৰি পাই কটকীৰ যোগেৰে তেওঁলোকক মতাই আনি আনুষ্ঠানিক ভাৱে বিহু উপভোগ কৰিবলৈ সুবিধা দি ৰজাঘৰীয়া স্বীকৃতিৰ পথ প্ৰশস্ত কৰিছিল। অসমৰ সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাশীল স্বৰ্গদেউ শিৱসিংহ, ৰাজেশ্বৰ সিংহ, প্ৰমত্ত সিংহ আদিয়ে পৰবৰ্ত্তীকালত শিৱসাগৰৰ ৰংঘৰৰ বাকৰিত বিহু পতাৰ লগতে মহযুঁজ, কুকুৰা যুঁজ আদিৰ আয়োজন কৰিছিল। আহোম ৰজাৰ দিনতে পথাৰৰ আহঁত গছৰ তলৰ পৰা গৃহস্থৰ ঘৰৰ চোতাললৈকে বিহুক ৰাজকীয় স্বীকৃতি দিলে। ৰঙত ৰঙীয়াল প্ৰত্যেক জন অসমীয়াই দেহে কোহ এই বহাগ বিহু বা ৰঙালী বিহু বিবিধ ধৰণেৰে পালন কৰিবলৈ আয়োজন কৰে। ডেকা সকলে হাবিলৈ গৈ তামোলৰ লগত চালিৰে ওঠ ৰঙা কৰিবলৈ আৰু গাভৰু সকলক ৰাংঢালি কৰি সমাজলৈ দেৱা লাগে আৰু টেপৰ চাল কাটি ঘৰলৈ আনি যতনাই থয়। কোনো কোনোৱে হাবিৰ পৰা সাতবিধ আৰু কিছুমানৰ মতে এশবিধ তিতা যোগাৰ কৰি থয়। বিহুৰ দিনা খাবলৈ বিহুলৈ আৰু বেছি দিন নাই। গাভৰু জীয়ৰী বোৱাৰী সকলে ভাৱৰীত মূগা বা পাটৰ সূতা কাটি চেৰেকী পকাই লেচাই ভৰাই থয়, এচামে কপাহ নেওঠনিত নেওঠি যতঁৰত সূতা কাটি উঘাত পকাই থয়। জীয়ৰী বোৱাৰী সকলে চোতালত কোব মৰা খুটা দুফালে পুতি শাৰীয়ে শাৰীয়ে উঘাৰ পাকঘূৰনি তুলি তাঁত বাটি কাঢ়ি, শালত টোলোঠাত পকাই, ৰাহত সূতা ভৰাই ব’ তুলি, গৰকাৰ খুটিত গৰকা মাৰি, মাকো ইপাৰ-সিপাৰ কৰি, দোৰপতিৰ বুকুত থকা ৰাহত তাঁৰ মাৰি কান-মাৰিৰে টোলোঠা পকাই, নানা ধৰণেৰে ফুলবাচি মূখত বিহুনাম গাই, গা-মোচা, বুটা বচা, গাড়ী দিয়া, গুনাবটা, মূগাবুলীয়া, টিটা কুৰীয়া, বন কৰা, কাৰচিপি গোমছেং, মেজাংকৰী ৰিহা মেখেলা, চাদৰ, চেলেং খনিয়া চাদৰ বৈ উলিয়াই বিহুৰ বাবে সাজু কৰি ৰাখে। গাৱৰ গাভৰুহঁতে হাবিৰ পৰা কেতেকি ফুল চিঙি সুদাবাহৰ চুঙাত ভৰাই বেৰত গুজি থয়, বিহুতলীত নাচনীৰ খোপাত গুজি নাচিবৰ বাবে। বিহুৰ আগদিনা উৰুকাৰ নিশা গাভৰুসকলে পতা শিলত জেতুকা পিহি হাতৰ আৰু ভৰিৰ নখত জেতুকা লগাই ৰাখে। ৰাতি হাতীখুজীয়া বাতিত মাহ হালধী যোগাৰ কৰি ৰাখে। পিচদিনা কাউৰীয়ে কা কা কৰাৰ আগতেই দোকমোকালিতে উঠি ঘৰৰ সকলোৱে নিজৰ নিজৰ কামত লাগি যায়। মাহ হালধী পিহি ডেকা চামে গোঁহালিৰ পৰা গৰু, ম’হ উলিয়াই নিয়ে, ওচৰতে থকা বিল, জান-জুৰি বা নদীলৈ।

গৰুক তেল সানি মাহ হালধীৰে গা ধুৱাই, আগৰে পৰা গোটাই ৰখা কাঠিৰ লাউ, বেঙেনা, ঠেকেৰা, হালধী ডোখৰ ডোখৰকৈ গৰু ম’হৰ গাত দলিয়াই গাবলৈ ধৰে- “লাও খা বেঙেনা খা দিনে দিনে বাঢ়ি যা”। গধূলি সময়ত গোঁহালিৰ কাষত “দীঘলতিৰ দীঘলপাত, মাখি মাৰো জাত জাত” বুলি চপাই অনা গৰু ম’হৰ জাকক কোবাই কোবাই ন-পঘাৰে বান্ধি মাখিয়তি আৰু তৰাপাত জ্বলাই জাগ দিয়া হয়। গৰুক পিঠা খুওৱা হয়। ঘৰৰ ডেকা সকলে চুকৰ টুমৰ পৰা কণী উলিয়াই কণী যুঁজ লগাই, আৰু বুঢ়া সকলে ঘৰত নাম গায়। জ্যেষ্ঠজনে গনকৰ হতুৱাই বৰ্ষফল গননা কৰে আৰু নাহৰ পাতত বাৰুণি মন্ত্ৰ লিখাই ভকতিৰে ঘৰৰ চালত সেই পাতখিলা খুটি থয় যাতে ব্ৰজপাত নপৰে। জ্যেষ্ঠজনক কনিৰ্ষজনে প্ৰনাম জনায় বছৰটোৰ মংগলৰ বাবে। “গৰুবিহু দিনাখন লবি আৰ্শীব্বাদ, তেহে পাবি বৈকুন্ঠত ঠাই” বুলি সকলোৱে ভাবে। ডেকা চামে ধোপ খেলাই ধোপ খেলে, গগনা বজায়, সুৰীয়া মাতেৰে বিহু গায়, হাতৰ চাপৰীয়ে চাপৰীয়ে, তালে তালে, চেৱে চেৱে, সুৰে সুৰে নতুন সাজ পিন্ধি ৰং ধেমালি কৰে।

এই বহাগ বিহু দুবিধ- বৰ বিহু আৰু বহুৱা বিহু। ভৈয়ামত যি বিহু সচৰাচৰ পতা হয়, সেয়ে বৰ বিহু। বহুৱা বিহু আজিকালি প্ৰায়ে লুপ পাইছে। বহুৱা বিহুত ঢোলৰ চেৱে চেৱে তালৰ তালত এচাম ডেকাই ধেনুকাড় লৈ চিকাৰীৰ বেশেৰে যায়। এই বিহুক জিং বিহুও বোলে।
বহাগ বিহুৰ সাতদিনলৈকে সাতবিহু বুলি কোৱা হয়। জ্যেষ্ঠজনে কোৱা মতে এই সাতবিহুৰ ভিতৰত গৃহস্থৰ ঘৰত কোনো নাম কীৰ্ত্তনৰ দৰে মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিলে গোটেই বছৰটো অপায় অমংগলৰ পৰা হাত সাৰি থাকে বুলি প্ৰবাদ আছে। এই সাতবিহু হৈছে- গৰু বিহু, মানুহ বিহু, গোসাঁই বিহু, চেনেহী বিহু, কুটুম বিহু, মেলা বিহু, চেৰা বিহু বা এৰা বিহু- বহাগ বিহুৰ পিচদিনাৰ পৰাই হুচৰী গোৱা আৰম্ভ হয়। মোৱামৰীয়া বিদ্ৰোহৰ পৰাই অসমৰ বুৰঞ্জীত বহাগ বিহুত হুচৰী গোৱাৰ কথা উল্লেখ আছে। সৰু ল’ৰাই ধূতি বা গামোচা পিন্ধি ককাঁলত ঢোল লৈ আৰু ছোৱালী বিলাকে মূগাৰ সাঁজ পিন্ধি খোপাত কপৌফুল গুজি বিহু নাছে- “নাচনীৰ খোপাত কপৌফুল এপাহি কেতেকিৰ থোৰালি পাহি, ককাঁল চাই মেখেলা পিন্ধিবি লাহৰী মূখত মিচিকিয়া হাঁহি”। এইদৰে গৃহস্থত চোতালত বিহু গীত গাই গৃহস্থক গোটেই বছৰটো কুশলে থাকিবলৈ আৰ্শীব্বাদ দিয়ে। বিনিময়ত গৃহস্থই হুচৰী দলটোক গুৱাপান এযুৰি সহ অৰিহনা দি সেৱা কৰে।
মিচিং সমাজটো এইদৰে হুচৰী গোৱাৰ নিয়ম আছে যদিও অলপ বেলেগ ধৰণৰ। মিচিং ডেকা গাভৰু সকলে ইজনে সিজনৰ হাতে হাতে ধৰি বহাগ বিহুত গায়। এই কাৰ্যত “আচতি” গোৱা বুলি কোৱা হয়। বিহুগীত বা বিহুনৃত্য ক্ষন্তেক সময় উপভোগ কৰিলেই অসমীয়া জাতীয় জীৱনৰ সংস্কৃতিৰ কিছু আভাষ পোৱা যায়। অতীতৰ বিহু নামবোৰত ডেকা গাভৰুৰ জীৱন যৌৱনৰ, বিৰহ মিলনৰ বহি: প্ৰকাশ ঘটিছিল। লগতে প্ৰকাশ কৰিছিল জীৱন নিৰ্ব্বাহৰ লগত সাঙোৰ খাই থকা বিভিন্ন দিশ- “সৰুতে পিতাদেউ জাকৈ সাজি দিছিলা, নালতো বিন্ধিলে ঘূণে, দিখৌ পাৰ কৰি বিয়া দিবা মোক, সৰু মাছ মাৰিব কোনে”? শিমলু গছৰ তলত কমুৱা তুলাৰ দৰে উৰি ফুৰা মনৰ, গাভৰু হতঁৰ লগত গগনা, টকা, ঢোল, পেপা লৈ ডেকাহতে গাইছিল- “ঘৰতো নবহে মন ঐ লাহৰী, পথাৰতো নবহে মন, শিমলু তুলাবোৰ যেনেকৈ উৰিছে তেনেকৈ উৰিবৰ মন” বিহু গীতৰ মনমোহা অন্তদৰ্হা আবেগ অনুভুতি বোৰে নাচনীৰ প্ৰাণ চঞ্চলা কৰে। এই গীতবোৰ যৌৱনৰ গীত, প্ৰেমৰ গীত হোৱাৰ বাবে ডেকা গাভৰুৰ শৰীৰৰ বিভিন্ন অংগৰ ৰূপ লাবন্য আৰু শৰীৰৰ শোভাবৰ্দ্ধক সাজপাৰ আৰু প্ৰসাধন সামগ্ৰীৰ উল্লেখ আছে। বিহুগীতত আছে গাভৰুৰ বিভিন্ন অলংকাৰৰ নাম জোনবিৰি, ঢোলবিৰি, গলপতা, দোগদোগী, কেৰমনি, থুৰীয়া, লোকাপাৰ, গাম খাৰু ইত্যাদি। বিহুগীতত আছে- হালবোৱা, কঠিয়াতুলা, ভুই ৰোৱা, ধান কটা, মৰনা মৰা আদি কৃষিৰ লগত জড়িত কাৰ্য্যই কৃষিজীৱি সমাজ খনৰ কৰ্মময় জীৱনৰ পূৰ্ণ প্ৰতিফলন ঘটাইছে।
বৰ্ত্তমান সময়ৰ গতিত, শিক্ষাৰ অগ্ৰগতিৰ লগে লগে সমাজৰ অনেক পৰম্পৰাগত বৈশিষ্ট্য বাদ পৰি গৈছে যদিও অনেক নতুনৰ সংযোজনা হৈছে এই প্ৰক্ৰিয়াৰে লৌকিক সমাজ জীৱনৰ ওপৰত ভিত্তি কৰি মানৱ সমাজে আধুনিক সভ্যতা সংস্কৃতিৰ শিখৰত উঠিছেহি। লৌকিক আদিম অসমীয়া সমাজত কৃষি হোৱা কৃষি উৎসৱটোৱে কালক্ৰমত বিহু উৎসৱ হিচাবে পৰিচিত আৰু স্বীকৃত হৈ সমাজ আৰু সংস্কৃতিৰ লগতে অনেক পৰিবৰ্ত্তনৰ মাজেৰে বিহু উৎসৱটো বৰ্ত্তমান জাতীয় উৎসৱ হিচাবে অসমত প্ৰতিষ্ঠিত।

লেখিকা-মালাশ্ৰী বৰা

Friday, March 22, 2019

ONGC Apprentice Recruitment 2019, Apply Online [4014 posts]

Oil and Natural Gas Corporation Limited (ONGC).
Last Date: 28/03/2019.

Oil and Natural Gas Corporation Limited (ONGC), which is India’s flagship energy major and a ‘Maharatna’ Central Public Sector Enterprise engaged in Exploration and Production of Oil & Gas in India and abroad, as a measure of Skill Building initiative for the Nation, proposes to engage apprentices at its location across 22 work centres.

Applications are invited from candidates in the following trades meeting the qualifications mentioned below for engagement as Apprentices under Apprentices Act 1961 (as amended from time to time) in the trade/disciplines mentioned below:

1. Accountant
Educational Qualification:
Bachelors degree (Graduation) in Commerce from a Govt. recognized institute/University

2. Assistant Human Resource
Educational Qualification
: Bachelors degree (Graduation) in B.A. or B.B.A from a Govt. recognized institute/ University.

3. Computer Operator and Programming Assistant
Educational Qualification:
ITI in COPA Trade

4. Secretarial Assistant
Educational Qualification:
ITI in Secretarial Assistant trade

5. Electrician
Educational Qualification:
ITI in Electrician Trade

6. Electronics Mechanic
Educational Qualification:
ITI in Electronics Mechanic

7. Instrument Mechanic
Educational Qualification:
ITI in Instrument Mechanic

8. Information & Communication Technology System Maintenance
Educational Qualification:
ITI in Information & Communication Technology System Maintenance

9. Laboratory Assistant (Chemical Plant)
Educational Qualification:
B.Sc with PCM or PCB/ ITI in Lab. Asst (Chemical Plant) trade

10. Draughtsman (Civil)
Educational Qualification:
ITI in Draughtsman (Civil) Trade

11. Fitter
Educational Qualification:
ITI in Fitter

12. Machinist
Educational Qualification:
ITI in Machinist Trade

13. Mechanic (Motor Vehicle)
Educational Qualification
: ITI in Mechanic Motor Vehicle trade

14. Mechanic Diesel
Educational Qualification:
ITI in Mechanic Diesel trade

15. Refrigeration and Air Conditioning Mechanic
Educational Qualification:
ITI in Refrigeration and Air Conditioning Mechanic trade

16. Welder
Educational Qualification
: ITI passed out in the trade of Welder (Gas & Electric)

17. Surveyor
Educational Qualification
: ITI in Surveyor Trade

18. Computer Science
Educational Qualification:
Diploma in the respective disciplines of Engineering

19. Electrical
Educational Qualification:
Diploma in the respective disciplines of Engineering

20. Electronics
Educational Qualification
: Diploma in the respective disciplines of Engineering

21. Mechanical
Educational Qualification
: Diploma in the respective disciplines of Engineering

22. Civil
Educational Qualification
: Diploma in the respective disciplines of Engineering

Total No of posts: 4014 posts

Sector-wise vacancies:


1. Northern Sector : 62 Posts
Dehradun: 30
OVL Delhi: 25
Jodhpur: 7

2. Mumbai Sector : 745 Posts
Mumbai: 445
Goa: 24
Hazira: 164
Uran: 112

3. Western Sector : 1588 Posts
Cambay: 86
Vadodara: 178
Ankleshwar: 474
Ahmedabad: 483
Mehsana: 367

4. Eastern Sector : 769 Posts
Jorhat: 95
Silchar: 49
Nazira & Sivasagar: 625

5. Southern Sector : 653 Posts
Chennai: 68
Kakinada: 51
Rajahmundry: 306
Karaikal: 228

6. Central Sector : 197 Posts
Agartala: 149
Kolkata: 48
The applicant must have obtained minimum 45% marks in aggregate for General & OBC candidates and 40% marks in aggregate in case of SC/ST/PWD candidates against reserved positions.

Age: Minimum 18 years and maximum 24 years as on 28.03.2019 . Age relaxation is 3 years for OBC-NCL and 5 years SC/ST.

Stipend:
I. The apprentices are eligible for monthly stipend as per Apprentices Act, 1961, Apprenticeship Rules 1992 as amended from to time.
II. The trainee is not eligible for any TA-DA/Boarding or Lodging expenses incurred during the period of training. ONGC will not provide any financial assistance towards transportation.

Selection Process: Selections for engagement of Apprentices would be based on the basis of marks obtained in the stated qualification and Merit drawn thereon. In case of a similar number in merit, a person with higher age would be considered.

Requirement before filling online application form:

1. Before applying for above apprentices positions, candidates have to first register themselves in online portals of the following agencies of Govt. of India:
(a) For Trade - Accountant and Assistant Human Resources (Trades mentioned in Sl. No 1 & 2): With National Skill Development Council (NSDC) at https://apprenticeshipindia.org/
(b) For other Trade Apprentices (Trades mentioned in Sl. No 3-17): With Ministry of Skill Development & Entrepreneurship (MSDE) at http://www.apprenticeship.gov.in
(c) For Technician Apprentices: With the concerned Regional Board of Apprenticeship Training (BOAT) in their portal National Apprenticeship Training Scheme (NATS) under Ministry of Human Resource Development. The link https://portal.mhrdnats.gov.in/boat/commonRedirect/registermenunew!registermenunew.action (Trades mentioned in Sl. No 18 & 22)
2. It may be noted that in case candidate does not pre-register themselves online with concerned RDAT/BOAT/ NSDC and subsequently after selection as apprentice in ONGC, their registration of contract as apprentice does not happen with BOAT/ NSDC/RDAT due to any reason, the candidate himself/herself shall be responsible for the same and shall not be considered for engaging as apprentice. In such case, candidature of the applicant will stand cancelled and offer shall be issued to next candidate from the panel.

How to apply: Candidates meeting the above prescribed eligibility criteria should visit our ONGC website www.ongcapprentices.co.in and apply Online from 14.03.2019 till 28.03.2019 by 17:00 hours.

There are two steps for Registration process. Part-I & Part-II. In Part-I registration, candidate has to register with the Government portal as mentioned in above. Candidates are advised to remember registration number for future reference/use.

In Part-II registration, candidate has to register in www.ongcapprentices.co.in website, furnish details such as date of birth, registration No, Category, educational qualification, etc. and submit.

Advertisement Details: Pl check here .

Important Dates:

    Starting Date to Apply Online: 14-03-2019
    Last Date to Apply Online: 28-03-2019 by 17:00 hrs
    Tentative date of Result/ Selection: 01-04-2019
    Date of Document Verification: 08 to 12-04-2019
    Date of Joining of Candidates: 15-04-2019


Apply Online: 

Thursday, March 21, 2019

38 Best Side Business Ideas to Start While Working Full-Time (in 2019)

No matter how rewarding your full-time job may be, finding the right side business ideas and eventually becoming fully self-employed is even more meaningful than great pay and solid benefits.
 Choosing the path of entrepreneurship, and working on your side business idea, is without a doubt riskier than being content with holding a 9-5 job. It requires way more sacrifice. However, once you’re reaping the lifestyle benefits of being your own boss and hustling your way into making significantly more money with your business idea than you ever could at your day job, the hard work will have all been worth it. So, let’s talk business ideas.

This makes perfect sense. With how many business ideas already exist out in the world, it can be difficult to come up with the right side business idea you should be spending your time on. Especially if you're looking for the kind of home business idea that'll afford you immense lifestyle flexibility.
The majority of us don't have the luxury of being able to quit our day jobs to pursue starting a business idea today, without having to worry about how we're going to meet our financial obligations moving forward with no immediate income.

1. Start a Blog.

Think blogging is no longer a viable source of income? Think again. Tens of thousands of bloggers (including yours truly) are creating profitable content on topics as diverse as scrapbooking, home cooking, travel, film, lifestyle, business, personal finance and more. And we're growing our blogs into six-figure businesses thanks to a combination of email subscribers, affiliate marketing, blog sponsorships, and other revenue streams. Your first step with starting a blog is quickly getting the technical side of things handled (my free master course on blogging will show you how), and then both understanding what your audience craves and learning how to attract those readers online.


If you want to speed up the process of launching your blog, I recommend setting up quick, affordable and easy website hosting with a company like Bluehost, choosing a simple WordPress theme and working on your first post, in order to set the precedent of prioritizing your time on creating content, connecting with (and building) your audience. Then once you've been able to build a community around your blog, you'll want to invest in really understanding your readers—so that you can give them more of what they want.
I know first-hand that learning how to start a blog (let alone make money from it) can be a massive undertaking.

2. Graphic Design.

 While having a formal background in graphic design is absolutely going to be helpful, it’s also relatively easy to learn the foundations of graphic design on your own. An increasingly easy-to-use Adobe Illustrator and even more easily accessible tools like Stencil and Visme are making it so that just about anyone with two opposable thumbs, a bit of creativity, and motivation can earn a side income doing things like designing (and selling) images like these motivational quotes that can be printed onto posters and sold on platforms like Etsy. Or you can find a local startup, small business owner, or photographer who could benefit from some extra help designing or altering images.

 But before you can graduate from side business idea and start earning a full-time living as a graphic designer, you'll need to build your skills—I recommend starting with reading the foundational book Graphic Design School and Steal Like an Artist, the incredible book by Austin Kleon about how to become more creative. To accelerate your education in becoming a graphic designer even quicker, check out the online courses Graphic Design Fundamentals and The Graphic Design Bootcamp. Then once you're an expert at your craft, you can further your education and move up to offering  more hands-on experiences like design sprints for higher-value clients around the world.

3. Web Design.

Web designers are incredibly valuable for technology companies—which is why becoming a freelance web designer is a top side business idea today. Web design is all about mastering the art of creating a beautiful, value-driven experience for the people using a website or app. There are always new websites popping up in need of professional web design, and foundational books like HTML & CSS: Design and Build Websites by acclaimed web designer Jon Duckett and Don't Make Me Think by user experience legend Steve Krug will get you started down the right path to quickly determining whether or not becoming a web designer is a viable side business idea for you.
Then you can move into more actionable online courses like Modern Web Design on CreativeLive and Learn Web Design and Profitable Freelancing on Udemy will teach you everything from foundational web design knowledge to earning your first freelance income as a web designer. On top of that, you can take even more immersive courses and learning experiences with access to direct instructor feedback and personal mentorship with platforms like Treehouse, LinkedIn Learning and General Assembly to get up-to-speed even quicker with this career path and listen to my podcast interview with Ian Paget about how to become a freelance designer as a side business idea. 

4. Start a YouTube Channel.

Yes, spending time on YouTube can be a legitimate business idea if you take it seriously. If you can create value-driven, entertaining video content and grow your subscriber base to a few thousand subscribers, your videos can start generating pretty substantial income from all the ads being displayed on your videos. Many YouTube users make well into the millions each year, so there's clear potential to take this from side business idea to eventual millionaire with the right combination of content, audience, skills, relationships and timing. If you’re considering starting a YouTube channel it’s important use best practices when making videos. Read the YouTube playbook for tips which will result in faster growth of your channel. Additionally think about investing in a quality camera and microphone since the production quality of videos can often affect your viewership.

5. Online Courses.

Using your skills for profit is a common trend with all of the best side business ideas. If you're an expert at something, there's likely an audience of people online who would be willing to pay to become an expert in your field—just like you. If you want to take your skills and turn them into an online course that teaches others how to get the same results you've achieved in your life, career, or business, start with How to Create an Awesome Online Course on Udemy, where instructor Miguel Hernandez covers how he makes over $90,000/yr teaching online. You'll learn from more than 8 hours of video instruction.
If you want to find a profitable online course idea in the next 3 days, join my free online course Find a Profitable Business Idea today. It'll walk you step-by-step through the process I've used to generate more than $15,000 in online course sales in a single week. Then once you're ready to start teaching your own online course, I recommend using Teachable, the easiest and most affordable platform to use for creating, hosting and selling your online courses. They also have a ton of free educational resources about how to get started with creating an online course (yes, even as a side business idea).

6. Instagram Marketing.

Build up a following on your Instagram account and you could quickly be approached by major brands, gear companies, and other relevant businesses that sell products or services related to the type of content you share on Instagram—creating multiple potential side business ideas that'll come to you. If you have the right marketing skills and hundreds of thousands of followers, you can easily charge anywhere between $500 to $5,000 per post (or more)—which makes for a very profitable side business idea. Check out this fashion Instagrammer on ThePennyHoarder, making a significant income from brand sponsorships. Once you get some traction, to cut down on the amount of time you spend uploading images, you can make your entire workflow more efficient by posting photos from your Mac or PC.

7. Online Coaching.

If you have something you're skilled at and very passionate about, you can turn that winning combination into offering your services with one-on-one online coaching as a solid side business idea. Just be sure to implement your own opportunity management system so you don't get caught up working with clients that you can't measurably help. Elmira Strange will give you a step-by-step plan for putting your skills and experience to work by developing an online coaching business—even as a side business idea in the time around your full-time job—so be sure to check out her course on Udemy for a jump start on this side business idea.
On top of just the skill and experience components to being a successful online coach, this side business idea is all about building a community around the help you're offering and fostering trust with members. Plus, your community members will learn from each other along the way. Creating the space for that community can be as simple as setting up a private Facebook group or choosing a community-building platform like Ning.com that has even more capabilities like using your own custom URL, having internal forums, customized designs, and more.

8. Amazon Reselling.

Anyone can sell goods on Amazon, provided you have products to sell (or buy low, then resell). If you’re the type to hit all the local garage sales each weekend, there’s all sorts of valuable things that can be resold online as a side business idea. If you want to step your Amazon selling game up, check out this detailed guide to Amazon and eBay retail arbitrage on Entrepreneur featuring an interview with Julie Becker and several drop-shippers who've grown this home based business idea from side business idea into a lucrative money-maker.

9. Local Business Consulting.

 

If you've developed valuable skill sets or certifications within your industry over the years, consider putting your skills to use in your free time by offering your consulting services to local business owners as a potentially lucrative side business idea. Whether you're an expert marketer, business strategist, or manufacturing aficionado, there's likely a local business owner who's willing to pay you to help them solve an issue with their company—if you can craft an effective cold email that convinces them to hire you. Start with this 18-step checklist to becoming a local business consultant as a side business idea, from Karyn Greenstreet. When you're ready to get serious about becoming a consultant, check out all of my picks for the best online business courses to keep building your skills and learning how to land your first consulting clients. Personally, I think this is one of the best business ideas you can get started with today.

10. Commission-Only Sales.

If you have a knack for connecting with people and the willingness to take on some risk, a commission-based freelance sales role could be a great side business idea for you. Many startups seek part-time and commission-only salespeople, especially when they're just getting started, which means you'll often be able to make this a home based business idea. Develop your sales strategies, become an inside sales rep and perfect your cold calling skills on the side in your free time for nothing but commission, negotiate a little equity and you could profit big time if you're pitching a solid product and the startup succeeds. Start your sales education with the acclaimed books, Secrets of a Master Closer and To Sell is Human by famed bestselling author Daniel Pink and you'll be well on your way to getting this side business idea off the ground.
Then you can move on to more immersive sales education through online courses like Sales Training and Prospecting on Udemy, The Guide to Pitching and Selling Clients on CreativeLive. Once you're ready to put your selling skills to the test, check out Angel List and see if any sales position opportunities align with your interests—the last thing you want to do is get stuck selling products or services you're not interested in. However, by starting out your sales career as a side business idea, that gives you the flexibility to easily change courses if you ever need to.

11. Affiliate Sales and Marketing.

 If you already have a website that's driving in targeted traffic, a great way to make passive income from the content you're already creating as an easy side business idea, is through affiliate marketing. ShareASale, RakutenClickbank, and Skimlinks are a few of the best affiliate networks and tools that can help you make money from the content you already produce, thus amplifying your side business idea income. Check out this extensive list by Justine Grey, covering the 59 Best Affiliate Programs for Business Bloggers to get some inspiration on how other bloggers are growing affiliate blogs from side business idea to full-time company. 

12. Social Media Manager.

We're all guilty of spending too much time on Facebook, Twitter, or Pinterest sometimes, so why not get paid to put your expertise to work as a side business idea? Lots of companies, especially startups or those in retail and travel—even influencers have heavy social media presences and are constantly in need of people to help build their brands online. You can find these types of opportunities on sites like Flexjobs and CareerBuilder and most employers on these websites are conditioned to working with people who operate these services as their side business idea. Over time as you grow in your ability to leverage various social channels, you can add more service offerings like running high-return Facebook Ad campaigns or hosting lucrative sweepstakes competitions for the brands you want to work with.
Build your own social following and create a personal brand for yourself like Matt Nelson, founder of WeRateDogs has done (thus growing his following to more than 2.8 Million people), and countless opportunities will come your way for turning this side business idea into a full-time business.

13. Google Paid Ad Specialist.

If you know a thing or two about paid internet marketing and are comfortable with Google, a great way to make some extra income as a side business idea is to sign a freelance contract to manage a company’s Google Ad Campaigns, and gradually start bringing on more clients as your consulting business grows. Just be sure to brush up on all the right business slang and industry jargon that's pervasive in the online marketing world before you launch unprepared into this side business idea.

14. Babysitter.

No, babysitting isn’t just for teenagers and college students. Quite on the contrary, if you call yourself an Au Pair instead, you can make some pretty good side money working nights and weekends with this business idea if you don't mind the often odd hours. 

15. Sell on Etsy.

 Have a talent for crafting or creating other handmade goods? From bracelets to phone cases, rings, furniture, and more, Etsy is one of the world's largest independent marketplaces that’s perfect for anyone who is creative and willing to sell their handmade creations. As long as you have the space, this can make for one of the best home business ideas that can be started as a side hustle with a very limited investment. Consider these 5 steps to starting an Etsy store, from Handmadeology. Then, after you're able to build your brand and grow your own audience, you can start an eCommerce site of your own and retain a larger portion of the revenue from your product sales—making this a very lucrative potential business idea if you're able to find an audience that loves your products.

16. Fiverr Gigs.

 
Fiverr is a great place for first-time freelancers who might not have tons of experience and want to build up a portfolio of their work. You'll be able to complete simple tasks ranging from logo design, to creating animations, or even drawing a company logo on your forehead. While this side business idea likely won't be growing into a million dollar startup for you, it can still be a platform for funding your next big business idea. Want to learn more about Fiverr's history and how to get the most out of selling on the platform? Listen to my interview with Fiverr CEO Micha Kaufman.

17. Portrait Photographer.

If you own a camera, starting a freelance portrait photography business could be a very natural way to turn your skills and passions into a profitable business idea. Start with doing free shoots for friends and family to build up a strong online portfolio, get familiar with your gear and the editing process, then you'll be able to get paid for photographing professional head shots and celebratory family moments as your side business idea. Get started by checking out this men's portrait photography class that regularly broadcasts for free on CreativeLive. Plus, once you have all the gear for your photography business, you can earn a little extra side income by renting it out when you're not using it through online marketplaces like Fat Lama.

18. Wedding Photographer.

Wedding photographers command premium rates. After all, you are capturing one of a couple's most important life moments, making it a very lucrative side business idea. Many professional wedding photographers charge between $2,500 - $10,000 (or more) to shoot a wedding, so it's realistic that this side business idea could quickly blossom into becoming a full-time endeavor with the right happy clientele base that's willing to refer you to their friends and family. Check out the Complete Wedding Photography Experience over on CreativeLive to get up to speed on everything you need to launch a successful wedding photography business.

19. Drive for Uber or Lyft.

 

 Driving for one of the two globally expanding app-centric taxi alternative services, Uber or Lyft can still be a fairly lucrative way to earn money as a side business idea on nights and weekends—working only when you want. But before you dive head first into this side business idea, do your homework and calculate the costs of extra gas, mileage, tires, wear & tear and usage on your vehicle—it's not a guaranteed business idea that'll turn a huge profit every weekend.

20. Art Collector.

Not to be confused with hoarding, this business idea takes a lot of time, patience, and passion. If you have an eye for good art, it’s easy to get in on the ground level by visiting the studio department at your local university—though don't expect to get rich overnight with this side business idea. Many art students are more than happy to sell their work for a bargain, and in as little as a few years, there's a chance that piece you bought for a couple hundred bucks may be worth well into the thousands. Beware though, this business idea will take a whole lot of patience (and storage space for all that art).

21. Catering Business.

EatWith is a great way to test the waters as a chef for your side business idea, and if you have enough rave reviews you might be able to turn your knife skills into a full-time endeavor where you're leveraging your network to book catering events. This side business idea is built heavily upon getting happy referrals, so be sure to over-deliver for your first customers, and ask if they know anyone else who could be in need of your catering services.

22. Develop an App.

Sometimes it seems like there’s an app for everything. Yet somehow, new ones keep popping up and selling for lots of money, all the time. If you spot a niche that hasn’t been filled to its potential just yet, and you can learn the coding skills (or know someone who already has them), you could be on to something with this side business idea. Today, it's even possible to build an app without any coding skills whatsoever. Just make sure you validate your app idea before jumping too far in. Even if your app business idea doesn't pan out to be a best-seller, you'll still pick up valuable skills.

23. Personal Fitness Trainer.

If you’re a fitness buff and have the right combination of charisma and business sense, working as a part-time personal trainer as a side business idea can be both physically and financially rewarding. Once you build up a reputation and client base for yourself, it could easily turn into a full-time endeavor for you. Check out these tips to a successful personal training business by the American Fitness Professionals and this interview with several fitness blog owners who are making a living online, from MonetizePros. Finally, I'd recommend checking out this resource if you want to take this business idea seriously and get started with a business plan for your personal fitness trainer business today.

24. Yoga or Meditation Instructor.

 
 Yoga is getting ever more popular, which means yoga instructors are more in demand than ever—making this another physically rewarding side business idea. Link up with a local yoga studio to teach nightly classes or offer personalized yoga in-home at a higher rate to pursue this kind of emotional and physical balance with others, during your free time while helping your bank balance, too.

25. Music Instructor.

Do you play a musical instrument well enough to teach it to others? How about taking your skills at producing music or sound design and teaching others as a service-based business idea based on your experience? Private music instructors in all disciplines charge upwards of $20-100/hr (or more depending upon skill and experience), and you don’t necessarily have to do them in person, either. This makes for a great side business idea that can channel your passion for music into profits.

26. Stock Photographer.

If you have a fondness for taking pictures of smiling families or laughing children blowing bubbles, consider becoming a stock photographer and selling your images to a stock photo company like UnsplashShutterStock and iStockPhoto as a side business idea. You’ll get royalties every time someone licenses an image you’ve submitted. To really be successful, build your own photography website to be able to showcase your portfolio and start getting higher-paid private corporate work.

27. DJ-ing.

Take the time to develop your skills at either making your own music, or becoming a pro at mixing, and your side business idea of dj-ing local events could turn into a much bigger endeavor. Though you'll first need to command a solid knowledge of sound design, mixing and music production before expecting to land your first gig with this business idea, as developing an entirely new skill set is not for the faint of heart.

28. Clothing Alterations and Tailoring.

Fashion, style, and grooming continue to be a lucrative side business idea that can be done in your hours outside of work. If you know how to mend clothes, then you have a growing market of budget-conscious and/or personalization-obsessed customers. Entrepreneur says you need around two thousand dollars to start a decent side business idea in this niche but there’s no harm in starting smaller and growing from there, as long as you can make magic with needle and thread.

29. Computer Repair.

Employed techies planning to earn some extra side income can leverage their software and hardware skills by offering home-based computer repair services as a business idea that engages their passion. If this rings a bell, you can start with a modest one-man tech team before envisioning a scaled-up operation as massive as Geek Squad. Remember, you can provide home service locally as a starting point to this business idea, as well as offer remote support through online messaging and video calling services before making your way into a retail setting.

30. Modeling.

 If you've got the attitude (and look), there should be a product or service out there on the hunt for the right model to promote their brand as a side business idea. You can sign up with a large agency, find a freelance agent, or look for your own modeling gigs as an independent talent. Since modeling is a complex field, get all the advice you need before jumping right in and find a mentor who can guide you through some of the early challenges it'll take to establish your brand. Depending on your preference, you can specialize in a single media format such as video or still images, to build a compelling portfolio and grow this into a business idea that has the potential to scale.

31. Computer Training and Lessons.

Everyone (even kids and retirees) need to have some level of technical know-how to stay competitive and appreciate the marvels of the digital age. Just observe how learning sites like Codecademy, Treehouse, and Udacity continue to grow and you’ll understand the urgency of getting computer training for our generation (thus making it a great business idea to train others if you already have the skills). If you’re a techie, you can cash in on this need by offering lessons and tutorials within your neighborhood or across cyberspace through portals like YouTube or Udemy as a side business idea. You can even set up your own tutorial site with an interface for online payments.

32. Making Custom Furniture.


Turning your favorite craft or hobby into a revenue-generating business idea easily counts among the most fulfilling experiences anyone can have. With more and more people demanding a higher degree of personalization in just about anything they own or use, count yourself lucky if your craft happens to be the creation of custom furniture. Not only is the real estate sector regaining its footing, the number of style-conscious customers is also on the rise, creating plenty of room for growth into this business idea.

33. Becoming a Personal Chef.


Busy schedules can stress people out. It can also disrupt family life to the point that busy parents and homework-laden kids barely have time to prepare decent dinners and weekend meals. Hence, the surprising demand for part-time family chefs as a business idea. If cooking healthy and delicious meals is your thing, then this lucrative side  business idea can supplement your regular income by helping feed busy homes. Hear Gaby Dalkin's story of going from side business idea to full-time blogger while she was a part-time personal chef right here on my podcast.

34. T-Shirt Printing Business.

As I’ve already covered with TeeSpring, the T-shirt retailing business is worth millions of dollars. But what if you want to do the manufacturing side of things? T-shirt printing turns out to be quite a rewarding business idea for many each year, but can quickly consume much of your side business idea time—so know what you're getting into before diving in. This multi-billion dollar industry counts big corporate factories as well as home-based part-time entrepreneurs.

35. Selling Handmade Clothing and Garments.

With the rise of online craft marketplaces like Etsy, people with decent artisanal skills like sewing and woodworking have an always-open market to sell their products as a side business idea. If you’ve always wanted to design and make clothes by hand, then you can start turning those fashion ideas into real, hand-sewn garments and earn a little bit with this side business idea while you sleep and customers from around the world browse your Etsy & Amazon stores.

36. Antique Refurbishing.


The antique market is not as lively as it used to be. But there’s still money to be had from the industry if you love rare old stuff and possess the skill of restoring them to their former glory. To start an antique refurbishing business at home, you’ll likely need a few thousand dollars to build out a basic workshop and stock it with all of the right treatments and materials in order to truly excel with this side business idea. Start small by borrowing around what you can, and learning the basics of the trade as a side hustle before investing in a ton of equipment.

37. Dance Instructor.


Most people, even those many won’t admit it, love moving their bodies. It's also a great workout. If at some point in your life, you had to hang your dancing shoes for a more sensible office job, there's nothing stopping you from earning money with this side business idea as a passion project around your day job. Part-time dance instructors get a fraction of the pie that their full-time peers enjoy, but it can add up to hundreds each week if you're consistent—making for a great side business idea to those with the skills and drive.

38. Home-Based Makeup Services.


If you have a talent for helping people look their best, and know how to mesmerize with eyeliners and turn heads with lipsticks, consider using your beauty skills to pursue this easily profitable side business idea. For under $2000, you can start your own make-up artist business which can make for the foundation of a potentially lucrative side business idea that turns a profit largely by referrals and word-of-mouth from your happy customers.

Popular Posts