Wednesday, December 19, 2018

Assam HSLC Exam Routine 2019 | Download SEBA 10th Exam Time Table

2019 হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী ঘোষণা
তাৰিখ অনুসৰি পৰীক্ষাৰ মূল বিষয়সমূহৰ সূচী এনেধৰণৰ-
১৪ ফেব্ৰুৱাৰী, বৃহস্পতিবাৰ- ইংৰাজী (English)
১৮ ফেব্ৰুৱাৰী, সোমবাৰ- সমাজ বিজ্ঞান (Social Science)
২২ ফেব্ৰুৱাৰী, শুকুৰবাৰ- সাধাৰণ গনিত (General Mathematics)
২৫ ফেব্ৰুৱাৰী, সোমবাৰ- সাধাৰণ বিজ্ঞান (General Science)
২৬ ফেব্ৰুৱাৰী, মঙলবাৰ- আধুনিক ভাৰতীয় ভাষা (MIL)
২৮ ফেব্ৰুৱাৰী, বৃহস্পতিবাৰ- হিন্দী, গাৰমেন্ট ডিজাইনিং আদি
১ মাৰ্চ, শুকুৰবাৰ- মনিপুৰী, বড়ো আদি
২ মাৰ্চ, শনিবাৰ- ঐচ্ছিক গণিত, সংস্কৃত, আৰৱী আদি

Routine Download Link Avable Soon
Official Website: https://sebaonline.org/

1 comment:

Popular Posts