Monday, October 28, 2019

শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোউৎসৱ - Shree Krishna Rakh Lila

"দুস্ঠক দমন আৰু শান্তক পালনৰ হেতু ভগৱান বিষ্ণু নানা যুগত নানা অৱতাৰ ধাৰণ কৰিছিল ।
তাৰে এক উল্লেখযোগ্য আৰু মহান অৱতাৰ হল কৃষ্ণ অৱতাৰ ।
তাৰে এক মহান অধ্যায় হল শ্ৰী কৃষ্ণৰ প্ৰেম লীলা ( ৰাসলীলা ) ।"
:::: শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোউৎসৱ ::::



Tuesday, October 15, 2019

Happy Kati Bihu | কাতি বিহুৰ আন্তৰিক শুভেচ্ছা

"চাকিঁ‌ৰ পোহৰে যেন জীৱনৰ সকলো অন্ধকাৰ আতঁ‌ৰাই
হৈ এক নতুন পোহৰৰ বাট দেখোৱাই সেই কামনাৰে ...."
 কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ‌ ।
 লাহি-শালি, বৰা-জহাৰে ...
ভঁৰালখন উপচি পৰক তাৰে কামনাৰে.....
কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জনালো ।



"তুলসীৰ তলে,
               মৃগ পহু চৰে।
তাকে দেখি ৰামচন্দ্ৰই
                  হৰ ধনু ধৰে ।।"

বাপতি সাহোন কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।

Popular Posts

Translate