অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানত অনলাইন লাৰ্ণাৰ্চ লাইচেন্স প্ৰাপ্তিৰ সুবিধা আৰু ভেহিকল ফিটনেচ এপৰ শুভাৰম্ভ কৰিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
🔴 কেনেকৈ লাভ কৰিব লাৰ্ণাৰ্চ লাইচেন্স?
⚫ parivahan.gov.in ত গৈ লগ ইন কৰক
⚫ আধাৰ নম্বৰৰ সৈতে অনলাইন আবেদন কৰক আৰু ঘৰৰ পৰাই লাৰ্ণাৰ্চ লাইচেন্সৰ বাবে পৰীক্ষা দিয়ক
⚫ লাৰ্ণাৰ লাইচেন্সখন প্ৰিন্ট কৰক
🔴আজিৰে পৰা যিকোনো জিলা পৰিবহন কাৰ্য্যালয়তে অসনত পঞ্জীয়ন কৰা যান-বাহনৰ ফিটনেচ চাৰ্টিফিকেট নবীকৰণ কৰিব পাৰিব 🔴
🔴 অনলাইন যোগে ঘৰতে বহি লাভ কৰক ভেহিকল ফিটনেচ চাৰ্টিফিকেট
⚫ বাহনৰ গৰাকীয়ে parivahan.gov.in ত গৈ আবেদন কৰক
⚫ এমভিআইয়ে m-Vahan মোবাইল এপত বাহনখনৰ তথ্য আৰু ফটো অন্তৰ্ভুক্ত কৰিব
⚫ ফিটনেচ চাৰ্টিফিকেট ডাউনলোড কৰক
Thank You for such a wonderful Articles FREE IAS Coaching 2021
ReplyDelete