Kinemaster App ত অসমীয়া ফণ্ট ব্যৱ্হাৰ কৰক
1. Install কৰক Kinemaster App টো
2. Install কৰক APK Editor টো
3. Download কৰক Assamese Fonts
4. APK Editor App টি Open কৰক
5. Select Apk From App ত Click কৰক
7. Simple Edit ত Click কৰক
8. Assets ত Click কৰক
9. Font ৰ Replace বুটম ত Click কৰক
10. Download কৰা বা File Manager ত থকা Font Select কৰক । (যিটো Font Replace কৰিৱ)
11. Save ত Click কৰক
12. Process টো সম্পূর্ণ হোৱা পিছত Remove ত Click কৰক
13. UnInstall হোৱাৰ পিছত আকৌ Install ত Click কৰক
14. Install সম্পূর্ণ হোৱাৰ পিছত Kinemaster App Open কৰি
15. অসমীয়া Fonts বোৰ ব্যৱহাৰ কৰিৱ পাৰিৱ ।

কিৱা অসুবিধা হলে Comment কৰিৱ
0 comments:
Post a Comment