Wednesday, June 19, 2019

জুবিনৰ মহানুভৱতা - Zubeen Garg Save People

আজি ১৯ জুন ৰাতিপুৱা জুবিন দাই ৰংজূলিৰ বায়খো উৎসৱ অনুষ্ঠান শেষ কৰি উভতি আহি আছিল । আহি থাকোতে ছয়গাঁৱৰ কৈমাৰীত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত দুৰ্ঘটনাত পতিত গাড়ী এখন প্ৰত্যক্ষ কৰে । তেওঁ গাড়ী ৰাখি ততাতৈয়াকৈ ৰাস্তাত পৰি থকা আহত লোক কেইজনক স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ কৰে আৰু নিজ হাতেৰে Ambulance ত উঠাই দি চিকিৎসাললৈ প্ৰেৰণ কৰে ।


0 Comments:

Post a Comment

Popular Posts