Tuesday, May 14, 2019

Reliance JioPrime Membership সকলো বৰ্তমান গ্ৰাহকলৈ এক বছৰ ফ্ৰী

Reliance JioPrime Membership সকলো বৰ্তমান গ্ৰাহকলৈ এক বছৰ ফ্ৰী
 যদি আপোনাৰ JioPrime Membership শেষ হৈছে আৰু আপোনি Jio ৰ বৰ্তমান গ্ৰহক তেন্তে চিন্তা নকৰিৱ ।
Jio এই এই সেৱা সকলো গ্ৰাহকলৈ এক বছৰলৈ ফ্ৰীতে ৰিনিউ কৰি দিছে ।
মানে এই সেৱা অৰু এক বছৰলৈ উপভুগ কৰিৱলৈ পাৱ ।
কেনেকৈ চাৱ  Jio Prime Membership auto renewal
এইখিনিতে আপোনাক জনাও যে Jio Prime Membership ৰিনিউ কৰাৰ প্ৰয়োজন নাই ।
ইয়াক কম্পানি ৰ ফালৰ পৰাই এক বছৰলৈ বঢ়াই দিয়া হৱ । 
Jio Prime Membership ৰিনিউ হৈছে নে নাই আপোনিও চাব পাৰে ।
তাৰ বাবে আপোনি আপোনাৰ ফোনত থকা MY JIO APP ত যাওক,

তাৰ পিছত উপৰৰ বাওঁ ফালে থকা মেনো ত কিল্ক কৰক, আৰু তাত থকা My Plans ত যাওক,

আৰু চাওক তাত এক বছৰৰ বাবে বঢ়াই দিয়া হৈছৈ ।

1 comment:

Popular Posts