Tuesday, May 14, 2019

Assam HSLC Exam Result 2019 (হাইস্কুল শিক্ষান্ত-হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল)


১৫ মে’ ২০১৯ ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত-হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল। পুৱা ৯ বজাত ছেবাই ঘোষণা কৰিব ফলাফল। ৱেবছাইট আৰু SMS যোগে ঘোষণা হ’ব পৰীক্ষাৰ ফলাফল । ১৩টা ৱেবছাইটত উপলব্ধ হ’ব মেট্ৰিক আৰু হাই মাদ্ৰাছাৰ ফলাফল । পুৱা ১১ বজাত পৰীক্ষাৰ্থীয়ে লাভ কৰিব মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট।

ফলাফল উপলব্ধ হ’বলগীয়া ৱেবছাইটকেইটা হ’ল – 

sebaonline.org

resultsassam.nic.in

www.examresults.net

www.examresults.net/assam/

www.indiaresults.com

exametc.com

iresults.net

yesresult.com

www.result.shiksha

www.assam.shiksha

www.assamonline.in

assamjobalerts.com

assamresult.in

0 Comments:

Post a Comment

Popular Posts