Friday, May 31, 2019

বিতৰণ কৰা হ’ল কেবিনেট, ৰাজ্যিক আৰু স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব - 2019 Cabinet Ministers List

বিতৰণ কৰা হ’ল কেবিনেট, ৰাজ্যিক আৰু স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব ।
 মোদী কেবিনেট :

ৰাজনাথ সিঙ : প্ৰতিৰক্ষা মন্ত্ৰণালয়

অমিত শ্বাহ : গৃহ বিভাগ

নীতিন গাডকাৰী : পথ পৰিবহণ, ঘাইপথ আৰু MSME মন্ত্ৰণালয়ডি ভি সদানন্দ গৌড়া : খনি আৰু সাৰ মন্ত্ৰণালয়

নিৰ্মলা সীতাৰমন : বিত্ত, কৰ্প’ৰেট পৰিক্ৰমা দপ্তৰ

ৰামবিলাস পাছোৱান : উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ

নৰেন্দ্ৰ সিং টোমৰ : কৃষি আৰু কৃষক কল্যাণ, গ্ৰামীণ বিকাশ আৰু পঞ্চাতীৰাজ মন্ত্ৰণালয়

ৰবিশংকৰ প্ৰসাদ : আইন, যোগাযোগ মন্ত্ৰণালয়

হৰছিমৰত কৌৰ বাদল : খাদ্য সংশাধন বিভাগ

থাৱৰ চান্দ গেহলট : সামাজিক ন্যায়

ড০ এছ জয়শংকৰক : বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়

ৰমেশ পোখৰিয়াল নিশাংক : মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়

অৰ্জুন মুণ্ডা : জনজাতি পৰিক্ৰমা বিভাগ

স্মৃতি ইৰাণী : মহিলা আৰু শিশু কল্যাণ মন্ত্ৰণালয়

ড০ হৰ্ষবৰ্ধন : স্বাস্থ্য–পৰিয়াল কল্যাণ, বিজ্ঞান–প্ৰযুক্তি আৰু ভূ–বিজ্ঞান বিভাগ

প্ৰকাশ জাৱড়েকাৰ : পৰিৱেশ, বন, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়

পীয়ুষ গোৱেল : ৰে’ল, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰণালয়

ধৰ্মেন্দ্ৰ প্ৰধান : পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ

প্ৰহ্লাদ যোশী : সংসদীয় পৰিক্ৰমা, কয়লা আৰু খনি

মহেন্দ্ৰ নাথ পাণ্ডে : দক্ষতা বিকাশ আৰু উদ্যমিতা

মুখতাৰ আব্বাছ নাকভি : সংখ্যালঘু পৰিক্ৰমা দপ্তৰ

----------

ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী :
সন্তোষ কুমাৰ গংগোৱাৰ : শ্ৰম আৰু নিয়োগ মন্ত্ৰী
ৰাও ইন্দ্ৰজিৎ সিং : পৰিকল্পনা মন্ত্ৰী, পৰিসংখ্যা-কাৰ্যসূচী ৰূপায়ণ
শ্ৰীপদ য়েছ’ নাইক : আয়ুৰ্বেদ, প্ৰাকৃতিক চিকিৎসা, হোমিঅ’পেথিক, ৰাজ্যিক প্ৰতিৰক্ষা
জিতেন্দ্ৰ সিং : ড’নাৰ

----------
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ৰাজ্য মন্ত্ৰী

ৰামেশ্বৰ তেলী : খাদ্য সংশাধন
কিৰেণ ৰিজিজু : যুৱ পৰিক্ৰমা, ক্ৰীড়া, সংখ্যালঘু পৰিক্ৰমা
প্ৰহ্লাদ সিং পেটেল : সাংস্কৃতিক, পৰ্যটন দপ্তৰ
ৰাজকুমাৰ সিং : শক্তি, নবীকৰণযোগ্য শক্তি, বিকাশ আৰু উদ্যমিতা দপ্তৰ
হৰদ্বীপ সিং পুৰী : গৃহ নিৰ্মাণ-নগৰ পৰিক্ৰমা, অসামৰিক বিমান পৰিবহণ, বাণিজ্য আৰু উদ্যোগ
মনসুখ লাল মান্দাবিয়া : ৰাসায়নিক, সাৰ, জাহাজ দপ্তৰ
ফগনসিং কুলাস্তে : তীখা দপ্তৰৰ ৰাজ্য মন্ত্ৰী
অশ্বিনী চৌবে : স্বাস্থ্য-পৰিয়াল কল্যাণৰ ৰাজ্য মন্ত্ৰী
অৰ্জুন ৰাম মেঘৱাল : সংসদীয় পৰিক্ৰমা, গুৰু উদ্যোগ-ৰাজহুৱা প্ৰতিষ্ঠান

2019 Cabinet Ministers List

0 Comments:

Post a Comment

Popular Posts